• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এ এফ চি কাপ : ৩-১ৰ ব্যৱধানত বেংগালুৰু এফ চিয়ে পৰাস্ত কৰিলে আইজল এফ চিক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2018 8:42 am
TH06BFC
134
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ সৰুসজাইৰ ইণ্ডিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এ এফ চি কাপ ফুটবলৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত বেংগালুৰু এফ চি দলে সহজতে পৰাস্ত কৰে আইজল এফ চি দলক।

উল্লেখ্য যে বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা খেলখনত বেংগালুৰু এফ চি দলে আইজল এফ চি দলক ৩-১ ব্যৱধানত পৰাস্ত কৰে। কালিৰ খেলখনত ভাৰতীয় ফুটবলৰ অন্যতম শ্ৰেষ্ঠ ক্লাব ৰূপে পৰিচিত বেংগালুৰু দলে ফেভাৰিট হিচাপেই খেলপথাৰত অৱতীৰ্ণ হৈছিল আৰু সহজে বিজয়ীও হয়।

মেচখনত বেংগালুৰু দলটোৱে আৰম্ভণিৰে পৰা নিজৰ প্ৰভাব বিস্তাৰ কৰি খেলৰ গতি নিয়ন্ত্ৰণ কৰে। অৱশ্যে আইজল দলে আক্ৰমণাত্মক খেলেৰে আৰম্ভণি কৰি মেচৰ প্ৰথম পাঁচ মিণিটতে এল ড’ড’জৰ সহায়ত অগ্ৰগতি ল’বলৈ সক্ষম হৈছিল।

কিন্তু মেচৰ সময় অতিবাহিত হোৱাৰ লগে লগে অভিজ্ঞ খেলুৱৈৰ দ্বাৰা পৰিপুষ্ট বেংগালুৰুৱে খেলখন নিজৰ নিয়ন্ত্ৰণলৈ আনে। আৰু প্ৰথমাৰ্ধৰ অতিৰিক্ত সময়ত এক পেনাল্টীৰ জৰিয়তে ডেনিয়েল ছেখ’ভিয়াই বেংগালুৰু দলক সমতালৈ আনে।

প্ৰথমাৰ্ধ ১-১গ’লত সমাপ্ত হোৱা মেচখন দ্বিতীয়াৰ্ধ ছিল বেছ ৰোমাঞ্চৰ আৰু আকৰ্ষণীয়। দ্বিতীয়াৰ্ধত বেংগালুৰুৱে অধিক আক্ৰমণাত্মক মনোভাবেৰে খেলপথাৰত নামে আৰু বিৰোধীক নিজৰ গতিৰে থকা সৰকা কৰে।

মেচখনৰ ৬৩ মিণিটত বেংগালুৰুৰ হৈ ৰজু ভেকে আৰু ৭৭ মিণিটত ডি লাললিম জুইয়াৰৰ জজৰিয়তে গ’ল কৰি খেলখনত ৩-১ গ’লৰ ব্যৱধানত বিজয়ী হয়।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd