• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাছাৰত এন আৰ চি কৰ্তৃপক্ষৰ উদ্ভট কাণ্ড : মাক-বাপেক নহয়, ৭ বছৰীয়া শিশুক কৰিলে ‘ঘোষিত বিদেশী’

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
July 21, 2018 6:11 pm
NRC-Foreigner

নবীন্দ্ৰ দাস আৰু তেওঁৰ পত্নীৰ সৈতে ৭ বছৰীয়া পুত্ৰ বিজয় দাস।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত ডি ভোটাৰ ত্ৰাস চলি থকাৰ মাজতে কাচাৰ জিলাৰ কাটিগৰা অঞ্চলত বিজয় দাস নামৰ এটি সাত বছৰীয়া শিশুৰ নামজ এন আৰ চি কৰ্তৃপক্ষই ‘ঘোষিত বিদেশী’ (declared foreigner)ৰ জাননী দিয়া কাৰ্য্যই সকলোৰে চকু কপালত তুলিছে।

জানিব পৰামতে, বিজয় দাসৰ দেউতাক নবীন্দ্ৰ দাসৰ দুখীয়া পৰিয়ালটো ভাৰত-বাংলাদেশ সীমাৰ জালালপুৰ গাওঁ পঞ্চায়তৰ অধীনৰ ৰংপুৰ গাৱঁৰ আৰু সীমান্তৰ পৰা মাত্ৰ ৫০ মিটাৰ আঁতৰত থকা চুবুৰিত কেইবা দশক ধৰি বাস কৰি আহিছে।

স্থানীয় লোকে জনোৱামতে, এন আৰ চিৰ বাবে প্ৰয়োজন হোৱা সকলো নথি নবীন্দ্ৰ দাসে ২০১৫ চনৰ ডিচেম্বৰত সংশ্লিষ্ট কৰ্তৃপক্ষক জমা দিছিল। ইয়াৰ মাজত বিজয় দাসৰ জন্মৰ প্ৰমাণপত্ৰখনো আছে, যিখন শিলচৰ মেডিকেল কলেজ আৰু হস্পিটেলে প্ৰদান কৰিছিল।

এন আৰ চি কৰ্তৃপক্ষই ‘ঘোষিত বিদেশী’ৰ জাননী দিয়া বিজয় দাসৰ জন্মৰ প্ৰমাণপত্ৰখন।

কিন্তু তাৰ পিছতো চূড়ান্ত খচৰা প্ৰকাশ হ’বলৈ মাত্ৰ ১০টা দিন থকা অৱস্থাত কোনো কাৰণ প্ৰদৰ্শন নকৰাকৈ বিজয় দাসক ‘ঘোষিত বিদেশী’ বুলি জাননী প্ৰেৰণ কৰে এন আৰ চি কৰ্তৃপক্ষই। এন আৰ চি কৰ্তৃপক্ষৰ এনে উদ্ভট কাণ্ডই এতিয়া শিশুটিৰ জীৱনলৈ কঢ়িয়াই আনিছে প্ৰচণ্ড হতাশা আৰু মানসিক যন্ত্ৰণা। শিশুটি বিদ্যালয়ত লগৰীয়াৰ মানসিক উৎপীড়নৰ লক্ষ্যও হৈ পৰিছে। তেওঁক লগৰ সকলোৱে বিদেশী বিদেশী বুলি জোকাবলৈ আৰম্ভ কৰিছে, যাৰ বাবেই বিদ্যালয়লৈ যাবলৈ মন নকৰা হৈছে। বিজয়ৰ মাক-দেউতাকৰো চিন্তাত টোপনি নোহোৱা হৈছে। আনহাতে এই অমানৱীয় ঘটনাই স্বাভাৱিকতে অঞ্চলটোৰ সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

তাৎপৰ্য্যপূৰ্ণ যে বিজয়ৰ মাক-দেউতাকৰ নামত এন আৰ চি কৰ্তৃপক্ষৰ পৰা কোনো জাননী অহা নাই।

নৰ্থ-ইষ্ট নাওৰ সৈতে কথা পাতোঁতে শিশুটিৰ দেউতাক নবীন্দ্ৰ দাসে কয়, “কি ক’ম আমাৰ মুখৰ মাত হেৰাই গৈছে। কাক লগ কৰিব লাগে আমি নাজানো, এইবোৰত হোৱা ভুল কেনেকৈ শুধৰাব লাগে নাজানো। মই মাছমাৰি জীৱিকা উলিয়াওঁ। দুয়োটা কাম কৰাটো মোৰ বাবে সম্ভৱ নহয়।”

আনহাতে কাটিগড়ৰ এন আৰ চি কৰ্তৃপক্ষয়ো যথাযথ কাৰণ দৰ্শাব পৰা নাই। তেওঁলোকে মাথো কৈ আছে যে কাৰোবাক বিদেশী হয় বা নহয় বুলি ক’ব পৰাকৈ তেওঁলোক ঊৰ্ধ্বতন মহল নহয়।

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 19, 2025 4:27 pm
জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

September 19, 2025 4:04 pm
জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়েঃ চৌদিশে কান্দোনৰ ৰোল

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়েঃ চৌদিশে কান্দোনৰ ৰোল

September 19, 2025 3:37 pm
জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

September 19, 2025 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 19, 2025 4:27 pm
জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

September 19, 2025 4:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd