• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্বি আংলঙৰ হত্যাকাণ্ডক লৈ প্ৰতিক্ৰিয়া আলফাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 12, 2018 7:06 pm
ulfa reaction on karbi anglang dokmoka incident
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলঙৰ ডকমকাত হোৱা ‘বৰ্বৰোচিত’ হত্যাক ‘তীব্ৰ গৰিহণা’ দি এই ঘটনাৰ আলম লৈ গোষ্ঠী বিদ্বেষ বিয়পাই গোষ্ঠী সংঘৰ্ষৰ পৰিস্থিতিৰ যাতে সৃষ্টি কৰা নহয় তাৰ প্ৰতি সজাগ হ’বলৈ সকলো জাতীয় সংগঠন আৰু জনগণক আলফা -ই আহ্বান জনাইছে।

ঘটনাটোৰ আলম লৈ জনজাতীয় ‘লোক আৰু ছাত্ৰ-ছাত্ৰীক একশ্ৰেণীৰ লোকে নিৰ্য্যাতন আৰু ভাবুকি দিয়াৰ’ কথা উল্লেখ কৰি আলফাই তেওঁলোকৰ সকলো নেতা-কৰ্মীকে ‘নিজ নিজ স্থানত জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু প্ৰশাসনৰ লগ হৈ এই অনাকাংখিত পৰিস্থিতিক প্ৰতিৰোধ কৰিবলৈ আগবাঢ়ি’ যাবলৈ আহ্বান জনাইছে।

আলোচনাপন্থী সংযুক্ত মুক্তি বাহিনী অসমৰ সভাপতি অৰৱিন্দ ৰাজখোৱাই আজি ১২ জুনত নৰ্থ ইষ্ট নাও-লৈ প্ৰেৰণ কৰা বিবৃতিটোত ‘ৰাজনীতিৰ ব্যৱসায়িকে এই পৰিস্থিতিৰ সুযোগ ল’ব যাতে নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি’ ৰাখিবলৈ স্বদেশৰ জনগণক আহ্বান জনাইছে।

‘নীলোৎপল, অভিজিতক’ কাৰ্বি জনসমাজে নহয়, দুষ্কৃতিকাৰীয়ে হত্যা কৰিছে বুলি মত প্ৰকাশ কৰি ‘দুষ্কৃতিকাৰীৰ কঠোৰ শাস্তি’ বিচৰাৰ লগতে ঘটনাটোৰ জহত ‘এজনো নিৰীহ লোক’ যাতে হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা নহয় সেয়া নিশ্চিত কৰিবলৈকো আলফাই প্ৰশাসনক আহ্বান জনাইছে। দুয়ো অসম সন্তান নীলোৎপল-অভিজিতৰ শোকসন্তপ্ত ‘আত্মীয়-স্বজন’লৈ সংগঠনটোৱে ‘গভীৰ সমবেদনা জ্ঞাপন’ কৰিছে।

সমগ্ৰ ৰাজ্যজুৰি জনসাধাৰণৰ মাজত আতংক সৃষ্টি কৰা এই সোপাধৰাকেন্দ্ৰিক ঘটনাৰাজি নিয়ন্ত্ৰণত ব্যৰ্থতাৰ বাবে চৰকাৰ-প্ৰশাসনলৈকে মূলতঃ আঙুলিয়াই আলফাৰ বিবৃতিটোত ভাৰত ৰাষ্ট্ৰৰ ‘প্ৰশাসন যন্ত্ৰটোৰ উপস্থিতিতেই এনে বৰ্বৰোচিত হত্যাকাণ্ড চলি থকাটোত অসমৰ জনগণ স্তম্ভিত’ বুলি মন্তব্য কৰিছে।

আনহাতে হত্যাকাণ্ডটোৰ উচিত বিচাৰ বিচাৰি অসমৰ ‘সৰ্বত্ৰ বিয়পি পৰা’ প্ৰতিবাদ ‘ভাল হৈছে’ বুলি উল্লেখ কৰি আলফাই ‘প্ৰতিবাদ হ’ব লাগে’ বুলি মন্তব্য কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd