• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অহা ২৬-২৮ জানুৱাৰীত কোকৰাঝাৰত অনুষ্ঠিত হ’ব অসম সত্ৰ মহাসভাৰ ৫১ সংখ্যক দ্বি- বাৰ্ষিক অধিবেশন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 19, 2018 10:37 am
124
VIEWS
Share on FacebookShare on Twitter

বিটিচিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কোকৰাঝাৰত চলিত  মাহৰ ২৬ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্য্যসূচীৰে অসম সত্ৰ মহাসভাৰ ৫২ সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিবেশন অনুস্থিত হ’ব।  কোকৰাঝাৰ সদৰ চহৰস্থিত কোকৰাঝাৰ ৰাস পথাৰত উদযাপন কৰিবলৈ লোৱা অনুস্থানটো সাফল্য মণ্ডিত কৰিবলৈ ইতিমধ্যে বিটিচিৰ কাৰ্য্যবাহী সদস্য দনেস্বৰ গয়াৰীক সভাপতি, কাৰ্যকৰী সভাপতি হিচাপে উদ্বৱ চন্দ্ৰ পাঠক আৰু কৃষ্ণ মহন্তৰ লগতে নয়ন জ্যোতি দাসক গুৰুত্বপূৰ্ণ বিষয়বাবৰ দায়িত্ব দি এখন শক্তিশালী  অভ্যৰ্থনা সমিতি গঠন কৰে।

ইতিমধ্যে পূৰ্ণাংগ অধিবেশনখনৰ বাবে উদযাপন সমিতিয়ে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। অভ্যৰ্থনা সমিতিৰ সভাপতি দনেস্বৰ গয়াৰীৰ উপস্থিতিত অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীয়ে অধিবেশনথলীত সংবাদমেলৰ জৰিয়তে সদৰী কৰে যে মহাপুৰুষ গুৰুজনাৰ মহান আদৰ্শেৰে সমাজত ঐক্য, শান্তি আৰু ভাতৃত্ববোধৰ বাণীৰ ভাৱনাৰে এখন বৰ অসম গঢ়াৰ মানসেৰে গঠিত অসম সত্ৰ মহাসভা। এই মহাসভাৰ ১০২ বছৰীয়া সুদীৰ্ঘ পৰিক্ৰমাৰ অন্তত ৫১ সংখ্যক দ্বি- বাৰ্ষিক কেন্দ্ৰীয় অধিবেশনখন এইবেলি কোকৰাঝাৰ নামঘৰ আৰু জিলা সত্ৰ মহাসভাৰ উদ্যোগত উদযাপন কৰিবলৈ লোৱা হৈছে।

উক্ত তিনিদিনীয়া অধিবেশনত ৰাজ্যৰ বিশেষকৈ মাজুলীৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰান্তৰ পৰা বহু সত্ৰাধিকাৰ,  প্ৰতিনিধি আৰু ভক্ত সকলে অংশগ্ৰহণ কৰিব। তাৰোপৰি মুকলি সভাত ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ  সোণোৱাল, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী উপস্থিত থাকিব। অধিবেশনত সকলোকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে অধিবেশনৰ দিনা যাতে কোনো দল সংগঠনে কোনো ধৰণৰ বন্ধ প্ৰতিবাদ কাৰ্য্যসূচী নলয় তাৰবাবে কাতৰ অনুৰোধ কৰিছে অভ্যৰ্থনা সমিতিৰ সভাপতি দনেস্বৰ গয়াৰীয়ে।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd