• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বিৰুদ্ধে প্ৰতিবাদ: ক্ষুব্ধ ৰাইজে প্ৰতিমূৰ্তি দাহ কৰিলে বিভাগীয় মন্ত্ৰী পল্লব লোচন দাসৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 18, 2018 11:49 am
শক্তি মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰাৰ মূহূৰ্তত
590
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ চহৰৰ পৰা চাৰি কিলোমিটাৰ দূৰত্বত অৱস্থিত মোক্ৰাপাৰা,  ইন্দ্ৰকলনী গাঁৱৰ ৰাইজে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে।  কিয়নো   উক্ত দুয়োখন গাঁৱৰ খাটিখোৱা লোকে বিদ্যুৎ বিভাগে যোগান ধৰা নিৰ্ধাৰিত মাছুল অনাকাংক্ষিতভাবে বৃদ্ধি পোৱাৰ বাবে তীব্ৰ সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। গাঁৱৰ দিন হাজিৰা  কৰি জীৱিকা অৰ্জন কৰা একাংশ পৰিয়ালে ৩০০ টকাৰ বদলি ৩০০০  টকা আৰু কিছু পৰিয়ালৰ এক মাহতে পঞ্চাশ হেজাৰতকৈও অধিক বিদ্যুৎ বিল অহা বুলি অভিযোগ উত্থাপন কৰিছে। মনকৰিবলগীয়া যে বি টি চি  প্ৰাণ কেন্দ্ৰ কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী অঞ্চলত বিদ্যুবিভাগৰ এনে  অকৰ্মন্যতাক সহজভাবে ল’ব পৰা নাই ভুক্তভোগী অঞ্চলবাসীয়ে। অৱশ্যে বিভাগটোৱে নিজৰ ভুল স্বীকাৰ কৰি লোৱা বুলি আমাৰ সাংবাদিকৰ আগত সদৰী কৰে।

বিদ্যুৎ বিভাগে এনেদৰে কৰা অমনোযোগিতা তথা অদক্ষতামূলক কাৰ্য তথা  ভুল কৰাৰ বিৰুদ্ধে সৰৱ হৈ আজি মোক্ৰাপাৰা, ইন্দ্ৰকলনী গাঁৱত  কোকৰাঝাৰ জিলাৰ আমছুৰ  সম্পাদক শ্বফিকুল শ্বেখৰ নেতৃত্বত স্থানীয় একাংশ ৰাইজে  ৰাজ্য চৰকাৰৰ শক্তি মন্ত্ৰী পল্লৱ লোচন দাসৰ প্ৰতিমূৰ্তি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি অসম চৰকাৰ হায় হায় তথা সৰ্বানন্দ সোণোৱাল চৰকাৰ গ’ বেক আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

Recent News

ডাইনীৰ নামত হত্যাৰ অপৰাধত ২৩ জনক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে চৰাইদেউ আদালতে

ডাইনীৰ নামত হত্যাৰ অপৰাধত ২৩ জনক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে চৰাইদেউ আদালতে

যুদ্ধবিৰতিক লৈ শীঘ্ৰে আলোচনা আৰম্ভ কৰিব ৰাছিয়া-ইউক্ৰেইনে; পুটিনক ফোনৰ পিছতে দাবী ট্ৰাম্পৰ

যুদ্ধবিৰতিক লৈ শীঘ্ৰে আলোচনা আৰম্ভ কৰিব ৰাছিয়া-ইউক্ৰেইনে; পুটিনক ফোনৰ পিছতে দাবী ট্ৰাম্পৰ

প্ৰষ্টেটৰ সমস্যাই বৃদ্ধি কৰিব পাৰে নেকি কেন্সাৰৰ সম্ভাৱনা? বিশেষজ্ঞই কি কয় জানো আহক –

প্ৰষ্টেটৰ সমস্যাই বৃদ্ধি কৰিব পাৰে নেকি কেন্সাৰৰ সম্ভাৱনা? বিশেষজ্ঞই কি কয় জানো আহক –

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd