বৃহৎ সংখ্যকৰ অংশগ্ৰহণেৰে কোকৰাঝাৰত আজিৰ পৰা আৰম্ভ হৈছে বাবা ৰামদেৱৰ তিনিদিনীয়া বিনামুলীয়া যোগ প্ৰশিক্ষণ শিবিৰ। কোকৰাঝাৰৰ গ্ৰীন ফিল্ডত অনুষ্ঠিত এই শিবিৰত পুৱা ৫ বজাৰ পৰা ৭ বজালৈ যোগ কাৰ্য্যসূচীত সাধাৰণজনৰ পৰা ৰাজনৈতিক নেতা, ভক্তকে ধৰি সহস্ৰাধিক লোক উপস্থিত থাকি যোগৰ অনুশীলন কৰে। যোগ কাৰ্য্যসূচীৰ সমান্তৰালভাৱে বাবা ৰামদেৱে পতঞ্জলিৰ প্ৰডাক্টৰ বিষয়েও প্ৰচাৰ চলায় । অসম তথা বিটিএডিৰ আৰ্থ সামাজিক দিশৰ উন্নয়নত নিজকে ব্ৰতী কৰাৰ অংগিকাৰ কৰি অঞ্চলটোৰ শিক্ষা, স্বাস্থ্য আৰু অৰ্থনীতিৰ ওপৰত গুৰুত্ব দিয়া হ’ব বুলি মত ব্যক্ত কৰে । তাৰোপৰি ভৱিষ্যতে এৰী, মুগা কাপোৰকে ধৰি হস্ততাঁত বস্ত্ৰশিল্পক লৈ উদ্যোগ নিৰ্মাণ কৰি প্ৰভূত উন্নয়ন কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে।
কোকৰাঝাৰত ৰামদেৱৰ তিনিদিনীয়া বিনামূলীয়া যোগ শিবিৰ আৰম্ভ
-
By NE NOW NEWS
![](https://assam.nenow.in/wp-content/uploads/2017/11/Ramdev.jpg)
- Categories: অসম
Related Content
'পলাতক' উদ্যোগপতি বিজয় মালিয়াৰ বিৰুদ্ধে চিবিআই আদালতে জাৰি কৰিলে নতুন পৰোৱানা
By
এন ই নাও নিউজ ব্যুৰো, কোকৰাঝাৰ :
July 2, 2024 12:24 pm
অগ্নিবীৰ, আদানী-আম্বানী, সংখ্যালঘু...সংসদৰ কাৰ্য্যবিধিৰ পৰা আঁতৰাই দিয়া হ’ল ৰাহুল গান্ধীৰ ভাষণৰ অংশ
By
এন ই নাও নিউজ ব্যুৰো, কোকৰাঝাৰ :
July 2, 2024 11:27 am
ভাৰতীয়সকলে গোটেই জীৱনৰ পঢ়াশুনাৰ তুলনাত দুগুণ খৰচ কৰে বিবাহত; সমীক্ষাত প্ৰকাশ পাইছে তথ্য
By
এন ই নাও নিউজ ব্যুৰো, কোকৰাঝাৰ :
July 2, 2024 10:14 am
হিন্দুত্বৰ অস্ত্ৰৰেই সংসদত বিজেপিক বিদ্ধ কৰিলে ৰাহুল গান্ধীয়ে! অধ্যক্ষকো নিদিলে ৰেহাই
By
এন ই নাও নিউজ ব্যুৰো, কোকৰাঝাৰ :
July 2, 2024 9:17 am
বানত বিপৰ্যস্ত অসম! ৰাজ্যত ৪৪ জন লোকৰ মৃত্যু, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো সোমাইছে পানী
By
এন ই নাও নিউজ ব্যুৰো, কোকৰাঝাৰ :
July 2, 2024 8:27 am
উফন্দি উঠিছে জাতিংগা নদী! হাফলং-শিলচৰ সংযোগী ঘাইপথত ব্যাহত যাতায়ত
By
এন ই নাও নিউজ ব্যুৰো, কোকৰাঝাৰ :
July 2, 2024 7:43 am