• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰৰ বড়োলেণ্ড টাইকোৱাণ্ডো চেম্পিয়নস্বিপৰ সফল সামৰণি: বিভিন্ন ঠাইৰ মুঠ ৪০০ খেলুৱৈৰ অংশগ্ৰহণ 

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
December 30, 2017 10:35 am
115
VIEWS
Share on FacebookShare on Twitter

বি টি চিৰ মুখ্য সদৰ কোকৰাঝাৰত চলিত মাহৰ ২৭ তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বড়োলেণ্ড টাইকোৱাণ্ডো চেম্পিয়নস্বিপ-২০১৭ প্ৰতিযোগিতাখনৰ শুকুৰবাৰে সন্ধিয়া অন্ত পৰে। কোকৰাঝাৰ চহৰৰ চিকনাঝাৰ টাইকোৱাণ্ডো জিমনাচিম চৌহদত অনুষ্ঠিত প্ৰতিযোগিতাত বি টি চিৰ চাৰিখন জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰীৰ উপৰি বঙাইগাঁৱ, বৰপেটা, ৰাভা হাছং, কামৰূপ মেট্ৰ, নলবাৰী, তুৰা, শোণিতপুৰ, ডিব্ৰুগড়, দাৰ্জিলিং তথা বিভিন্ন ঠাইৰ মুঠ ১৭ খন জিলাৰ পৰা অহা ৪০০ কৈও অধিক টাইকোৱাণ্ডো খেলুৱৈয়ে অংশগ্ৰহণ কৰা  বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে।

প্ৰতিযোগিতাখনৰ অন্তিম দিনা উপস্থিত থকা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে সংবাদ মাধ্যমৰ কয় যে খেলুৱৈ সকলৰ নিজৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে প্ৰত্যেক বছৰে এই টাইকোৱাণ্ডো চেম্পিয়নস্বিপখন বড়োলেণ্ডত আয়োজন কৰি অহা হৈছে। অনাগত দিনত এই প্ৰতিযোগিতাখনৰ পৰাই অসমৰ টাইকোৱাণ্ডো খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি অলিম্পিক খেলিব বুলিও সাংসদগৰাকীয়ে মত প্ৰকাশ কৰে। আনহাতে উক্ত প্ৰতিযোগিতাখন শৃংখলাবদ্ধতাৰে অন্ত পৰা বুলি আমাক জানিবলৈ দিয়ে বড়োলেণ্ড টাইকোৱাণ্ডো সন্থাৰ নেতৃবৰ্গই ।

 

Recent News

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd