• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

খিলঞ্জীয়া লোকৰ ওপৰত কৰা ‘চৰকাৰী উচ্ছেদ’ৰ বিৰুদ্ধে দিচপুৰ লাষ্টগেটত অৱস্থান ধৰ্মঘট

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 15, 2018 3:21 pm
চৰকাৰী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘জাতি-মাটি-ভেটি সুৰক্ষাৰ স্বাৰ্থ আগত ৰাখি শাসনৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰে অসমৰ প্ৰকৃত থলুৱাক উচ্ছেদ কৰি খেদি পঠিওৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।’এই অভিযোগ গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰণৱ গোস্বামীৰ।

খিলঞ্জীয়া লোকসকলৰ ওপৰত কৰা ‘চৰকাৰী উচ্ছেদৰ’ বিৰুদ্ধে তথা মাটি পট্টাৰ কাম আৰম্ভ কৰাৰ দাবীত ভূমি অধিকাৰ সংগ্ৰাম সমিতি আৰু গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিয়ে যুটীয়াভাৱে আজি দিচপুৰ লাষ্টগেটত অৱস্থান ধৰ্মঘট অনুষ্ঠিত কৰে।

অৱস্থান ধৰ্মঘটটোত ৰাজ্য চৰকাৰক সমালোচনা কৰি ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰবীন জ্যোতি কলিতাই আৰু কয় যে খিলঞ্জীয়া সুৰক্ষা দিয়াৰ বিপৰীতে এই চৰকাৰখনে হিন্দু বাংলাদেশীক সংস্থাপন কৰাত হে উঠি-পৰি লাগিছে।’

খিলঞ্জীয়াক এক কঠাও ভূমি দিব নোৱাৰা চৰকাৰখনে বৃহৎ পুঁজিপতি গোষ্ঠিক মাটি দিবৰ বাবে ৰাজ্যৰ বিভিন্ন অঞ্চল চিনাক্ত কৰিছে বুলি তেওঁ মন্তব্য কৰে।

২০১৩ চনত সেইসময়ৰ মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে আই টি চি চেন্টাৰত ৮৫০০০ পৰিয়ালক সংস্থাপনৰ বাবে প্ৰত্যেককে ১ কঠা ১০ লোচাকৈ ভূমি দিয়া হ’ব বুলি ৰাজহুৱা ঘোষণা কৰিছিল যদিও তাক ফলপ্ৰসু নকৰিলে বুলি জনাই প্ৰবীন জ্যোতি কলিতাই নৰ্থ ইষ্ট নাওক কয় যে পৰবৰ্তী মিত্ৰজোঁট চৰকাৰখনেও এই কথাত কোনো গুৰুত্ব প্ৰদান নকৰিলে।

তেওঁৰ মতে “বিজেপি-অগপ মিত্ৰজোঁট চৰকাৰে প্ৰদান কৰা আশ্বাসৰ বাবেই তেওঁলোকক শাসনৰ গাদী দখল কৰাত সমৰ্থন জনাইছিলো। কিন্তু এই চৰকাৰেও যোৱা ডেৰ বছৰত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰে কেৱল আশ্বাসেই প্ৰদান কৰি থকাহে দেখিবলৈ পালো।”

‘কেবিনেট সিদ্ধান্তৰ পিছটো গুৱাহাটীৰ ৮৫,০০০টা পৰিয়ালৰ এটা পৰিয়ালকো মাটি পট্টা দিয়া হোৱা নাই’ বুলি অভিযোগ কৰি তেওঁ চৰকাৰক শীঘ্ৰে উক্ত পৰিয়ালসমূহক ভূমি পট্টা প্ৰদান কৰি সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।

অন্যথা আগন্তুক নিৰ্বাচনত বিগত কংগ্ৰেছ চৰকাৰৰ দৰে বিজেপি চৰকাৰৰো পতন হোৱাটো নিশ্চিত বুলি তেওঁ মন্তব্য কৰে।

অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰ পিছতে প্ৰতিবাদকাৰী সকলে মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd