• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাৰ এদিনীয়া খেল

এন ই নাও নিউজ by এন ই নাও নিউজ
March 18, 2018 1:22 pm
g-570x320
121
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবৰ ক্ৰিকেট প্ৰেমীসকলৰ বাবে এটা সুখৱৰ যে অহা অক্টোৱৰত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজৰ এখন এদিনীয়া আন্তৰ্জাতিক মেচ গুৱাহাটীত অনুষ্ঠিত হ’ব।

মুম্বাই, কোচি, ইণ্ডোৰ আৰু পুনেৰ লগতে গুৱাহাটীত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আগন্তুক এদিনীয়া শৃংখলাৰ খেলসমূহ অনুষ্ঠিত হ’ব।

সূত্ৰসমূহে জানিব দিয়া মতে ক্ৰিকেটৰ দুই মহাৰথী দেশৰ মাজৰ সম্ভাৱ্য উত্তেজনাপূৰ্ণ খেলখন অনুষ্ঠিত হ’ব অসম ক্ৰিকেট সংস্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত। অহা অক্টোৱৰৰ মাজভাগত খেলখন অনুষ্ঠিত হ’ব।

নতুনকৈ নিৰ্মাণ কৰা গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সংস্থাৰ ষ্টেডিয়ামখনত প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক খেল খেলোৱা হ’ব।

যোৱা বছৰ ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত সফলতাৰে অনুষ্ঠিত হৈ যোৱা টি-টুৱেন্টি খেলখনৰ পিছত বৰ্ষাপাৰা ষ্টেডিয়ামত এইখন হ’ব দ্বিতীয়খন আন্তৰ্জাতিক ক্ৰিকেট খেল।

অসমত আন্তৰ্জাতিক পৰ্যায়ৰ খেল অনুষ্ঠিত কৰাৰ বাবে যোৱা কেইবছৰত বহুতো প্ৰচেষ্টা হাতত লোৱা দেখা গৈছে।

পূৰ্বতে নেহৰু ষ্টেডিয়ামত এদিনীয়া ক্ৰিকেট মেচ দুখনমান অনুষ্ঠিত হৈছিল যদিও গুৱাহাটীত উপযুক্ত সা-সুবিধাৰ অজুহাতত খেল অনুষ্ঠিত কৰাত বাধা আহি পৰিছিল।

বৰ্তমান গুৱাহাটীত খেলুৱৈৰ থকা-মেলাৰ লগতে অন্যান্য সুবিধাসমূহো পৰ্যাপ্ত হৈ পৰাৰ লগতে উন্নত মানৰ ষ্টেডিয়াম নিৰ্মাণ হোৱাৰ বাবে আন্তৰ্জাতিক পৰ্যায়ৰ খেল অনুষ্ঠিত কৰাত কোনো বাধা নাই।

 

Recent News

তেলেংগানাৰ ৰাসায়নিক কাৰখানাত ভয়াৱহ বিস্ফোৰণত নিহত ১০ জন, আহত কমেও ১৫ জন

তেলেংগানাৰ ৰাসায়নিক কাৰখানাত ভয়াৱহ বিস্ফোৰণত নিহত ১০ জন, আহত কমেও ১৫ জন

মাজ আকাশত কাৰিকৰী বিজুতি; টকিঅ’-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানৰ কলকাতাত জৰুৰী অৱতৰণ  

মাজ আকাশত কাৰিকৰী বিজুতি; টকিঅ’-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানৰ কলকাতাত জৰুৰী অৱতৰণ  

গৰুখুটি প্ৰকল্পক লৈ ৰাজনৈতিক উত্তাপ; মাটি আৰু গৰুৰ অপব্যৱহাৰৰ অভিযোগ প্ৰব্ৰজন বিৰোধী মঞ্চৰ

গৰুখুটি প্ৰকল্পক লৈ ৰাজনৈতিক উত্তাপ; মাটি আৰু গৰুৰ অপব্যৱহাৰৰ অভিযোগ প্ৰব্ৰজন বিৰোধী মঞ্চৰ

মেঘালয়ৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা; মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ ৰঘুবংশী দম্পতীৰ সোণৰ গহনা

মেঘালয়ৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা; মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ ৰঘুবংশী দম্পতীৰ সোণৰ গহনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd