• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত কৃত্ৰিম শৈলাৰোহণৰ দেৱাল মুকলি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 23, 2018 1:07 pm
R
104
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবৰ লোকসকলক দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্য গুৱাহাটীৰ ইনষ্টিটিউট অৱ এণ্টাৰপ্ৰিনিঅৰশ্বিপ চমুকৈ আইআইই চৌহদত মুকলি কৰা হৈছে কৃত্ৰিম শৈলাৰোহণৰ এখন দেৱাল।

যোৱা বৃহস্পতিবাৰে দেৱালখন মুকলি কৰে ভাৰত চৰকাৰৰ কৌশল বিকাশ মন্ত্ৰালয়ৰ সচিব ড০ কেপি কৃষ্ণণে।

নৰ্থ ইষ্টাৰ্ণ কাউন্সিল, শ্বিলং আৰু অসম পৰ্বাতাৰোহণ সংস্থাৰ যৌথ সহযোগিতাত এই কৃত্ৰিম শৈলাৰোহণৰ দেৱালখন স্থাপন কৰা হৈছে বুলি জানিব পৰা গৈছে।

দেৱালখন মুকলি কৰি ভাৰত চৰকাৰৰ কৌশল বিকাশ মন্ত্ৰালয়ৰ সচিব ড০ কেপি  কৃষ্ণণে কয়- ‘আইআইই, এএমএ আৰু অসম ক্ৰীড়াৰোহণ সংস্থাৰ প্ৰচেষ্টা আদৰণীয়। দুঃসাহসিক ক্ৰীড়াৰ প্ৰচাৰ- প্ৰসাৰ কৰি ইয়াক পৰ্যটনৰ স্তৰলৈ লৈ যোৱাৰ বাবে উত্তৰ- পূবত যথেষ্ট সম্ভৱনা আছে। ইয়ে ন-শিকাৰু সকলক এখন নতুন মঞ্চ প্ৰদান কৰিব’।

অনুষ্ঠানটোত আইআইইৰ সঞ্চালক মণোজ কুমাৰ দা্স উপস্থিত থাকি কৃত্ৰিম শৈলাৰোহণৰ দেৱালখন সকলোৰে বাবে মুকলি থাকিব বুলি সদৰী কৰে।

উল্লেখ্য যে এই কৃত্ৰিম শৈলাৰোহণৰ দেৱালখনতে অহা ২৪-২৫ মাৰ্চত বিমল চন্দ্ৰ গোস্বামী সোঁৱৰণী উত্তৰ- পূব ক্ৰীড়াৰোহণ প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব।

আয়োজক সকলে প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তুলিবলৈ সংশ্লিষ্ট সকলো পক্ষকে সহায়- সহযোগিতাৰ আহ্বান জনাইছে।

 

 

Recent News

বোকাখাত গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত ৬জন গ্ৰেপ্তাৰ! দুজন আৰক্ষীৰ গুলীত আহত…

বোকাখাত গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত ৬জন গ্ৰেপ্তাৰ! দুজন আৰক্ষীৰ গুলীত আহত…

উৰিষ্যাত চলি আছে মাওবাদ দমন অভিযান : সেনা-আৰক্ষীৰ গুলীত নিহত দুই মাওবাদী সদস্য

উৰিষ্যাত চলি আছে মাওবাদ দমন অভিযান : সেনা-আৰক্ষীৰ গুলীত নিহত দুই মাওবাদী সদস্য

দুবছৰ পূৰ্বে নিৰুদ্দেশ হৈছিল যুৱক : আলফা(স্বাঃ)ত যোগদান কৰাৰ কথা জানিব পাৰি পৰেশ বৰুৱাক কাতৰ অনুৰোধ মাতৃৰ

দুবছৰ পূৰ্বে নিৰুদ্দেশ হৈছিল যুৱক : আলফা(স্বাঃ)ত যোগদান কৰাৰ কথা জানিব পাৰি পৰেশ বৰুৱাক কাতৰ অনুৰোধ মাতৃৰ

যুঁজাৰু বিমান অৱতৰণৰ বাবে উপযুক্ত ঘাইপথ নিৰ্মাণৰ ঘোষণা অসম চৰকাৰৰ

যুঁজাৰু বিমান অৱতৰণৰ বাবে উপযুক্ত ঘাইপথ নিৰ্মাণৰ ঘোষণা অসম চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd