দেওবাৰে গোৱালপাৰাত এখন ভানত যোৱা গৰু ব্যৱসায়ীৰ পৰা ডকাইতে ৩০ লাখ টকা লুট কৰি লৈ যায়। গোৱালপাৰাৰ খৰমুজাৰে পাৰ হৈ যোৱা এখন ট্ৰেভেলাৰ ভানত গৈ থকা ব্যৱসায়ীসকলক পূৰ্বৰে পৰা খাপ পিটি থকা ডকাইতৰ দল এটাই আক্ৰমণ কৰে। লকিমপুৰলৈ গৈ থকা ভানখনত আক্ৰমণ কৰা ডকাইতৰ দলটো এখন টাটা চুম’ত আহিছিল আৰু তেওঁলোকে ভানখন নিজৰ নিয়ন্ত্ৰণলৈ নিয়াৰ পিছত ওচৰৰ বনাঞ্চললৈ লৈ যায়। ভানখনত ১৯ গৰাকী গৰু ব্যৱসায়ী আছিল আৰু তেওলোকে লকিমপুৰ বজাৰৰ পৰা গৰু ক্ৰয় কৰিবলৈ গৈ আছিল। ব্যৱসায়ীসকলে লগত লৈ যোৱা আটাইখিনি ধন ডকাইতৰ দলটোৱে লুট কৰি লৈ যায়।
গোৱালপাৰাত গৰু ব্যৱসায়ীৰ পৰা ডকাইতে লুটিলে ৩০ লাখ টকা
-
By NE NOW NEWS
- Categories: অসম
Related Content
চৰকাৰী কৰ্মচাৰীৰ বোজা ল’ব নোৱাৰে ৰাজ্য চৰকাৰে : চাকৰি হেৰুৱাব কৃষি বিভাগৰ ৩৫০ জন কৰ্মচাৰীয়ে
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী:
May 19, 2024 10:04 pm
ব্লেকত বিক্ৰী হৈছে আই পি এলৰ টিকট বিক্ৰী : কলা বজাৰৰ লগত জড়িত আছে কিশোৰ
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী:
May 19, 2024 6:19 pm
ভূ-লুণ্ঠিত মানৱতা! ভগ্নীৰ ধৰ্ষণৰ ন্যায় বিচাৰি যোৱা ভাতৃক নৃশংসভাৱে হত্যা কৰিলে অপৰাধীৰ পৰিয়ালে
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী:
May 19, 2024 4:05 pm
সোমবাৰে পঞ্চম পৰ্যায়ত ৪৯টা সমষ্টিত ভোটগ্ৰহণ; দৃষ্টি আকৰ্ষণ কৰা কোন কোন তাৰকা প্ৰাৰ্থী?
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী:
May 19, 2024 3:10 pm
কুম্ভকৰ্ণৰ সন্ধানত! দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’ল টোপনিৰ প্ৰতিযোগিতা
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী:
May 19, 2024 1:05 pm
যোৰহাটত আশ্চৰ্যকৰ ঘটনা! মদাহী স্বামীৰ বৰ্বৰতা সহিব নোৱাৰি হত্যা কৰি জ্বলাই দিলে পত্নীয়ে
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী:
May 19, 2024 1:03 pm