• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চলিত বৰ্ষৰ জানুৱাৰিত ভাৰতৰ চাহ উৎপাদন ১০ শতাংশ হ্ৰাস

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2018 2:32 pm
Plucking_tea_in_a_tea_ga
123
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় চাহ ব’ৰ্ডে শেহতীয়াভাৱে প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ জানুৱাৰিত ভাৰতৰ চাহ উৎপাদন প্ৰায় ১০ শতাংশ হ্ৰাস পাইছে।

চাহ ব’ৰ্ডৰ তথ্য মতে চলিত বৰ্ষৰ জানুৱাৰিত চাহ উৎপাদন ১৭.১৫ মিলিয়ন কেজি হোৱাৰ বিপৰীতে বিগত বৰ্ষত একেটা মাহত এই পৰিমাণ আছিল প্ৰায় ১৯.১৬ মিলিয়ন কেজি। অৰ্থাৎ মুঠ উৎপাদন ১০.৪৯ শতাংশ হ্ৰাস পাইছে।

উল্লেখযোগ্য যে চাহ ব’ৰ্ডৰ পৰিসংখ্যা অনুসৰি উক্ত মাহত অসম, পশ্চিমবংগ আৰু অন্যান্য কেইবাখনো ৰাজ্যৰ মুঠ চাহ উৎপাদন প্ৰায় ২০.৪৯ শতাংশ হ্ৰাস পাইছে।

তদুপৰি দক্ষিণ ভাৰতৰ ৰাজ্য বিশেষকৈ তামিলনাডু, কেৰালা, কৰ্নাটক আৰু আন কেইবাখনো ৰাজ্যত চাহ উৎপাদনৰ পৰিমাণ প্ৰায় ৫.৮৭ শতাংশ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

স্বাভাৱিকতে উত্তৰ ভাৰতৰ ৰাজ্যকেইখনত চলিত বৰ্ষৰ জানুৱাৰিত চাহ উৎপাদন লক্ষণীয়ভাৱে হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিততে সৰ্বভাৰতীয় স্তৰত ইয়াৰ ব্যাপক প্ৰভাৱ পৰা দেখা গৈছে।

ভৰতীয় চাহ ব’ৰ্ডে শেহতীয়াভাৱে অনুষ্ঠিত কৰা এক পৰ্যৱেক্ষণ বৈঠকৰ অন্তত এই তথ্য প্ৰকাশ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতীয় চাহৰ এখন বৃহৎ বজাৰ থকাৰ সময়তে উৎপাদন নিম্নমুখী হোৱাটো যথেষ্ট উদ্বেকজনক। এই সমস্যা সমূহ সমাধানৰ বাবে এক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে উদ্যোগটোৰ লগত জড়িত বিভিন্ন সংস্থাই।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd