• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিকিৎসাৰ বাবে ৰাজ্যখনৰ ৩৯ গৰাকী সাংবাদিকক বিত্তীয় সাহায্য আগবঢ়ালে চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2018 9:04 pm
Assam-Secretariat-678x381

প্ৰতিনিধিত্বমূলক চিত্ৰ

100
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে অসম চৰকাৰে ৰুগীয়া সাংবাদিক আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্যৰ চিকিৎসাৰ বাবে ‘সাংবাদিক চিকিৎসা কল্যাণ আঁচনি’ৰ অধীনত ৩৯ গৰাকী সাংবাদিকক ১০,৭২,৩৪৩ টকাৰ বিত্তীয় সাহায্য আগবঢ়াইছে।

এই আঁচনিখন ৰূপায়ন কৰিছে ৰাজ্যখনৰ তথ্য আৰু জনসংযোগ বিভাগে।

তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড০ এ কে সিঙে অধ্যক্ষতা কৰা ‘সাংবাদিক চিকিৎসা কল্যাণ আঁচনি’ৰ নিৰ্বাচন সমিতিৰ এখন বৈঠকত এককালীন বিত্তীয় সাহায্য প্ৰদানৰ বিষয়টো চূড়ান্ত কৰা হৈছিল।

বৈঠকত উপস্থিত আছিল সদস্য সচিব হিচাপে তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱা, বিভাগৰ উপ সচিব হেমন্ত পেগু, তথ্য আৰু জনসংযোগৰ উপ সঞ্চালক দীপক বসুমতাৰী, দুগৰাকী বিশিষ্ট সাংবাদিক সমুদ্ৰ গুপ্ত কাশ্যপ আৰু মৃণাল তালুকদাৰৰ লগতে সদস্য হিচাপে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা০ ভূপেন বৰদলৈ।

আঁচনিখনৰ অধীনত হিতাধিকাৰীৰ তালিকাখন চূড়ান্ত কৰাৰ আগেয়ে আবেদনকাৰীসকলে দাখিল কৰা প্ৰপত্ৰ তথা প্ৰয়োজনীয় নথি পত্ৰসমূহ বৈঠকত বিশদভাৱে পুনৰীক্ষণ কৰা হয়।

২০১২ চনত সাংবাদিক কল্যাণ আঁচনিখন আৰম্ভ কৰাৰ পৰাৰে পৰা মুঠতে ১৫৭ গৰাকী সাংবাদিকলৈ সৰ্বমুঠ ৬৯,৮১,৩৪৩ টকা বিতৰণ কৰা হৈছে। পূৰ্বৰ বছৰবোৰত ১১৮ গৰাকী সাংবাদিক এই আঁচনিত অন্তৰ্ভুক্ত হৈছে আৰু শনিবাৰে ৩৯ গৰাকী সাংবাদিকলৈ এই বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে।

 

Recent News

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা: শ্বুট এট চাইটৰ নিৰ্দেশ জাৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা: শ্বুট এট চাইটৰ নিৰ্দেশ জাৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

আমেৰিকাৰ পৰা বিতাড়ন খাবিৰ লাম! ইটালীৰ ইনফ্লুৱেন্সাৰগৰাকীয়ে কিয় আমেৰিকা এৰিবলগীয়া হ’ল?

আমেৰিকাৰ পৰা বিতাড়ন খাবিৰ লাম! ইটালীৰ ইনফ্লুৱেন্সাৰগৰাকীয়ে কিয় আমেৰিকা এৰিবলগীয়া হ’ল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd