• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিপিআইএম(এল)এ কেন্দ্ৰ আৰু ৰাজ্যিক চৰকাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিবাদ আৰম্ভ কৰিব

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2018 2:10 pm
Logo Of CPIM(L)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰ আৰু ৰাজ্যত শাসিত  বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ বানপানী, গৰা খহনীয়া, নিবনুৱা সমস্যা আদিৰ দৰে জ্বলন্ত সমস্যা সমুহক পিঠি দিয়া বুলি এক সংবাদমেল  যোগে অভিযোগ উত্থাপন কৰে চিপিআইএম (এল) ৰ ৰাজ্যিক সম্পাদক ৰুবুল শৰ্মাই৷

আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এখন সভাত  আৰ এছ এছৰ কৃষ্ণগোপাল নামৰ এজন ব্যক্তিয়ে শংকৰদেৱ অসমৰ কথা লিখা নাছিল, যি লিখিছে ভাৰতৰ কথাহে লিখিছে বুলি কৰা সস্তীয়া মন্তব্যৰ বিৰুদ্ধেও ক্ষোভ উজৰা পৰিলক্ষিত হ’ল  চিপিআইএম (এল)ৰ নেতৃবৃন্দই। ইয়াৰ উপৰি এডভাণ্টেজ আছামত প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ব বিশ্ৰুত শিল্পী ভুপেন হাজৰিকাৰ গীতৰ ভুলবাখ্যা কৰা সন্দৰ্ভতো ক্ষেদ প্ৰকাশ কৰে।

এই সকলোবোৰৰ বিৰুদ্ধে চিপিআইএম (এল) দলে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিবাদ আৰম্ভ কৰিব বুলি উক্ত সংবাদমেল যোগে সদৰী কৰে।

উল্লেখযোগ্য যে স্বাধীনতা সংগ্ৰামী শ্বহীদ ভগৎ সিং, ৰাজগুৰু আৰু সুখদেৱৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি  ২৩ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ পাঞ্জাৱৰ মানচত চিপিআইএম (এল) দলৰ দশম মহাঅধিবেশন অনুষ্ঠিত হ’ব ।

উক্ত অধিৱেশনত মোদী চৰকাৰৰ সাম্প্ৰদায়িকতা আৰু ফেচীবাদৰৰ বিৰুদ্ধে সংগবদ্ধ সংগ্ৰাম গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিব। ভাৰতবৰ্ষৰ উপৰি অষ্ট্ৰেলিয়া, বাংলাদেশ, মালদ্বীপ আদিৰ দৰে বিদেশী প্ৰতিনিধিয়ে এই অধিৱেশনত অংশগ্ৰহণ কৰিব ।

উল্লেখযোগ্য যে এই  মহাঅধিবেশনত অসমৰ পৰা  চিপিআইএম(এল)ৰ ৩০ জনীয়া দল এটাই  অংশ গ্ৰহণ কৰিব। এই দলটোৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ নামত দেশৰ লগতে অসমতো সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ বিৰুদ্ধে আৰু অসমৰ জ্বলন্ত সমস্যা সমূহৰ বিষয়ে বিষদ ভাবে আলোচনা কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd