• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছাত্ৰ ফেডাৰেশ্যনৰ ‘বিজেপি চৰকাৰ হায় হায়, গ’ বেক, মুৰ্দাবাদ’ ধ্বনিৰে উত্তাল সৰভোগৰ ৰাজপথ

ইয়াছিন আলী by ইয়াছিন আলী
June 3, 2018 10:27 am
Sarbhog
133
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনৰ বৰনগৰ আঞ্চলিক সমিতিৰ উদ্যোগত শনিবাৰে সৰভোগত কেইবাটাও দাবীত ছাত্ৰ বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হয়। সংগঠনটোৰ উদ্যোগত সৰভোগৰ গান্ধী ভৱনৰ পৰা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে নগৰখনৰ মাজ-মজিয়াৰে সমদল কৰি আহি বৰনগৰ ৰাজহ চক্ৰৰ বিষয়াৰ হাতত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে।

চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক-পত্ৰখনত পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰা, নিয়মীয়া বিদ্যুৎ যোগান ধৰা, নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিল কৰা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লিখিত পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা আৰু কোচ-ৰাজবংশীকে আদি কৰি ৫ জনগোষ্ঠীক জনজাতিকৰণ কৰা এই পাঁচদফীয়া দাবী সন্নিবিষ্ট কৰা হৈছে।

বিক্ষোভকাৰীসকলে বিজেপি গ’ বেক, বিজেপি মুৰ্দাবাদ, ৰাইজক জবাব দিয়ক ইত্যাদি শ্ল’গানেৰে উত্তাল কৰি তোলে সৰভোগৰ ৰাজপথ। পেট্ৰল, ডিজেলৰ মূল্য বৃদ্ধি হ্ৰাস কৰক, নিয়মীয়া বিদ্যুৎ যোগান ধৰক, নাগৰিকত্ব বিধেয়ক ২০১৬ বাতিল কৰক আদি কেইবাটাও দাবী লৈ এই প্ৰতিবাদ কৰে ছাত্ৰ সংগঠনটোৱে।

প্ৰতিবাদী কাৰ্যসূচীত কেইবাশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ জাতিদ্ৰোহী চৰকাৰ বুলি উল্লেখ কৰে।

Recent News

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটীৰ পদ পথত উচ্ছেদ অভিযান

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটীৰ পদ পথত উচ্ছেদ অভিযান

ডকাইতে নহয়, কন্যা আৰু পত্নীয়ে হত্যা কৰিছিল উত্তম গগৈক : নৱম শ্ৰেণীৰ কন্যাৰ প্ৰেমিক জড়িত আছিল হত্যাকাণ্ডত

ডকাইতে নহয়, কন্যা আৰু পত্নীয়ে হত্যা কৰিছিল উত্তম গগৈক : নৱম শ্ৰেণীৰ কন্যাৰ প্ৰেমিক জড়িত আছিল হত্যাকাণ্ডত

ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক যৌন নিৰ্যাতন একাদশ শ্ৰেণীৰ ছাত্ৰৰ : জৱাহৰ নৱোদয় বিদ্যালয়ত ভয়ংকৰ কাণ্ড

ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক যৌন নিৰ্যাতন একাদশ শ্ৰেণীৰ ছাত্ৰৰ : জৱাহৰ নৱোদয় বিদ্যালয়ত ভয়ংকৰ কাণ্ড

দিল্লীত উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত আক্ৰমণ! তিনিজনক আটক

দিল্লীত উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত আক্ৰমণ! তিনিজনক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd