• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছৰছ (SARAS) ২০১৭ৰ সফল সামৰণি

সুক্ৰীতি গগৈ by সুক্ৰীতি গগৈ
December 22, 2017 9:22 pm
274
VIEWS
Share on FacebookShare on Twitter

১১-১২ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ ছয়মাইলৰ গণেশ মন্দিৰ ইন্দ’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ অহা গ্ৰাম্য হস্ত শিল্পী সমাজৰ দ্বাৰা নিৰ্মিত সামগ্ৰীৰ বিক্ৰী মেলা (SARAS) ২০১৭ আজি সামৰণি পৰে।  কেইবাটাও আত্মসহায়ক গোট আৰু উদ্যোগীয়ে উক্ত মেলাখনত অংশ গ্ৰহণ কৰি তেওঁলোকৰ দ্বাৰা নিৰ্মিত সামগ্ৰী সমূহ প্ৰদৰ্শন কৰে। অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান (ASRLM)ৰ দ্বাৰা আয়োজিত উক্ত মেলাত দেশৰ মুঠ ১৭ খন ৰাজ্যই অংশ গ্ৰহণ কৰে।

আজি শেষ হোৱা মেলাখনৰ সামৰণি অনুষ্ঠানত সামগ্ৰী বিক্ৰীৰ জৰিয়তে ৫ লাখতকৈ অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা  অসমৰ চন্দ্ৰপুৰ অঞ্চলৰ লক্ষ্মী আত্মসহায়ক গোটক সৰ্বাধিক বিক্ৰী কৰা বিপণীৰ  সন্মানেৰে পুৰস্কৃত কৰা হয়। হাতে বোৱা বিক্ৰী কৰা আত্মসহায়ক গোটটোৰ সদস্য নমিতা আবঙে কয় যে তেওঁলোকে প্ৰস্তুত কৰা সামগ্ৰী সমূহত ছালৰ অনুকুল হোৱাকৈ  সম্পূৰ্ণ প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰে। ‘আমাৰ সামগ্ৰী সমূহৰ প্ৰতি ৰাইজে যথেষ্ট ভাল সঁহাৰি জনাইছে।’ আবঙে লগতে কয়। উল্লেখযোগ্য যে ১১ গৰাকী মহিলা সদস্যৰে গঠিত উক্ত আত্মসহায়ক গোটটোৱে ইতিমধ্যে দিল্লীত আয়োজিত ভাৰত আন্তৰ্জাতিক বাণিজ্য মেলাত একেৰাহে ৪ বছৰ ধৰি তেওঁলোকৰ সামগ্ৰী সমূহ প্ৰদৰ্শন কৰি আহিছে।

সামৰণি অনুষ্ঠানটোত অংশ গ্ৰহণ কৰি অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ প্ৰকল্প সঞ্চালক নন্দিতা শইকীয়াই কয় যে আত্মসহায়ক গোটসমূহে ভৱিষ্যতে আৰু বেছি উৰ্পাজন কৰিবলৈ হ’লে তেওঁলোকে প্ৰস্তুত কৰা সামগ্ৰী সমূহত বৈচিত্ৰ আনিব লাগিব। মেলাখনত আন আন আত্ম সহায়ক গোট যেনে গুজৰাটৰ পৰা অহা শ্ৰীকৃষ্ণ আত্মসহায়ক গোট, অসমৰ সঞ্জীৱনি আত্মসহায়ক গোট, গোৱাৰ কৃষি শক্তি আদিয়েও যথেষ্ট ভাল উপাৰ্জন কৰে।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd