• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জাগুনৰ আৰক্ষী বিষয়াৰ বিৰুদ্ধে মহিলাক আতিশয্যৰ অভিযোগ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 30, 2018 9:50 pm
109
VIEWS
Share on FacebookShare on Twitter

এগৰাকী বিবাহিত মহিলাক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াই হাৰাশাস্তি কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে স্বয়ং তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ বিৰুদ্ধে। আজি দিচপুৰ প্ৰেচ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ উত্থাপন কৰে ভুক্তভোগী মহিলাগৰাকীয়ে।

লগতে দুটি সন্তানৰ মাতৃ মহিলাগৰাকীয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুলক কুমাৰে ক্ষমতা প্ৰয়োগ কৰি তেওঁৰ স্বামীৰ বিৰুদ্ধে ভুৱা অভিযোগ আনি গ্ৰেপ্তাৰ কৰাৰো অভিযোগ উত্থাপন কৰে।

সংবাদমেলত মহিলাগৰাকীয়ে কয়, ‘আৰক্ষী বিষয়া পুলক কুমাৰে দীৰ্ঘদিন ধৰি জাগুন বজাৰ উপৰিও ৰাষ্টাই ঘাটে লগ ধৰি প্ৰেমৰ প্ৰস্তাৱ দি অহাৰ লগতে অশ্লীল ইংগিত প্ৰদান কৰি আহিছে। তেওঁ মোক প্ৰায়ে বজাৰ কৰিবলৈ আৰু বাহিৰলৈ ফুৰিবলৈ যাবলৈ ল’গ ধৰে। তেওঁ মোৰ সাংসাৰিক জীৱনত যথেষ্ট অসুবিধা সৃষ্টি কৰি আছে।’

মহিলাগৰাকীয়ে কয় যে প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই আৰক্ষী বিষয়াগৰাকীয়ে যোৱা ২৬ জুনত তেওঁৰ স্বামীৰ বিৰুদ্ধে ড্ৰাগছৰ ব্যৱসায়ৰ অভিযোগ জাপি দি গ্ৰেপ্তাৰ কৰিছে। তেওঁ লগতে কয় যে তেওঁৰ স্বামী এগৰাকী ড্ৰাগছ আসক্ত ব্যক্তি। অৱশ্যে তেওঁ ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ অস্বীকাৰ কৰে।

ইফালে মহিলাগৰাকীয়ে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষকৰ উপৰিও আৰক্ষী সঞ্চালক প্ৰধানক এক আবেদনযোগে এই ঘটনা সন্দৰ্ভত অৱগত কৰে।

Recent News

১০ লাখ গাজাবাসীক নিগাজিকৈ লিবিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ!

১০ লাখ গাজাবাসীক নিগাজিকৈ লিবিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ!

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

অভিলেখ গঢ়িও দোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে থমকি ৰ’ল নীৰজ চোপ্ৰা

অভিলেখ গঢ়িও দোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে থমকি ৰ’ল নীৰজ চোপ্ৰা

উত্তৰ প্ৰদেশতো অবৈধ বাংলাদেশীৰ সমস্যা! মথুৰাত আটক ৯০ টা সন্দেহযুক্ত বিদেশী

উত্তৰ প্ৰদেশতো অবৈধ বাংলাদেশীৰ সমস্যা! মথুৰাত আটক ৯০ টা সন্দেহযুক্ত বিদেশী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd