• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জাপানত হ’ব লগীয়া এছিয়ান কাৰাটেলৈ নিৰ্বাচিত ভাৰতীয় দলত বৰপেটাৰ নিশাদ আলী

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
May 5, 2018 7:19 pm
183
VIEWS
Share on FacebookShare on Twitter

জাপানত অহা ১০ মে’ৰ পৰা অনুষ্ঠিত হবলগীয়া জুনিয়ৰ আৰু ২১ বছৰ অনূৰ্ধ্বৰ এচিয়ান কাৰাটে প্ৰতিযোগিতাত বৰপেটাৰ নিশাদ আলীয়ে ভাৰতীয় দলত স্থান লাভ কৰি জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যৰ ক্ৰীড়াপ্ৰেমী সকলৰ মাজলৈ আনন্দৰ বন্যা কঢ়িয়াই আনিছে।

ৰাজ্যিক আৰু আন্তঃৰাজ্যিক প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ ইতিমধ্যে কেইবাটাও পদক লাভ কৰিবলৈ সক্ষম হোৱা বৰপেটা চহৰৰ আজাদ নগৰৰ হাচমত আলী আৰু নিলুফাৰ বেগমৰ সন্তান নিশাদে জাপানত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত পুনৰ পদক দখল কৰি জিলাখনৰ লগতে দেশলৈ সুনাম কঢ়িয়াই আনিব বুলি আশা ব্যক্ত কৰিছে অঞ্চলটোৰ ক্ৰীড়া প্ৰেমী ৰাইজে।

উল্লেখযোগ্য যে অহা ১০ মে’ৰ পৰা ১৩ মে’লৈ জাপানৰ অকিনাৱাত অনুষ্ঠিত হবলগীয়া ১৭ সংখ্যক জুনিয়ৰ আৰু ২১ বছৰ অনূৰ্ধ্বৰ এচিয়ান কাৰাটে প্ৰতিযোগিতাত বৰপেটাৰ নিশাদ আলীয়ে জুনিয়ৰৰ (-৭৬ কেজি) শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ভাৰতীয় দলত নিশাদ আলীৰ লগতে যোৰহাট আৰু গুৱাহাটীৰ আন তিনিগৰাকী খেলুৱৈয়েও স্থান লাভ কৰিছে। নিশাদ আলীয়ে উক্ত প্ৰতিযোগিতাৰ বাবে অহা ৭ মে’ত জাপানলৈ ৰাওনা হব।

Recent News

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

যৌন সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল; ৯ বৌদ্ধ সন্যাসীৰ পৰা কোটি কোটি টকা সৰকালে সুন্দৰীয়ে!

যৌন সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল; ৯ বৌদ্ধ সন্যাসীৰ পৰা কোটি কোটি টকা সৰকালে সুন্দৰীয়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd