• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতত অনুষ্ঠিত আন্তঃ মহাবিদ্যালয় এথলেটিকচ প্ৰতিযোগিতাৰ সামৰণি

উত্তম শইকীয়া by উত্তম শইকীয়া
January 30, 2018 6:20 pm
Winners of Inter-college Athletics Competition
158
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ খেল পথাৰত ২৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় এথলেটিকচ প্ৰতিযোগিতাৰ আজি সামৰনী পৰে৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মুঠ ২৩ খন মহাবিদ্যালয়ৰ ৩০০ ছাত্ৰ ছাত্ৰীয়ে তিনি দিনীয়া এই প্ৰতিযোগিতাত অংশ গ্ৰহন কৰে ৷

উক্ত প্ৰতিযোগিতাত উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ে পুৰুষৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ সন্মান কৰাৰ বিপৰীতে মহিলাৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ সন্মান লাভ কৰে খোৱাং মহাবিদ্যালয়ে ৷

দীৰ্ঘ দূৰত্বৰ দৌৰৰ মহিলা শাখাত মৰিদ’ল মহাবিদ্যালয়ৰ ৰবীনা লাগাচু আৰু পুৰুষ শাখাত সাপেখাতী মহাবিদ্যালয়ৰ বিপুল সৎনামীয়ে শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰে।

আনহাতে উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ৰ পিঙ্কু বৰুৱাই পুৰুষৰ শ্ৰেষ্ঠ জাম্পাৰ, যোৰহাট জে বি মহাবিদ্যালয়ৰ অভিলাষ বৰঠাকুৰে পুৰুষৰ শ্ৰেষ্ঠ স্প্ৰিন্টাৰ আৰু খোৱাং মহাবিদ্যালয়ৰ অনামিকা চুতীয়াই মহিলাৰ শ্ৰেষ্ঠ স্প্ৰিন্টাৰৰ সন্মান লাভ কৰে ৷

ইয়াৰ উপৰি চাবুৱাৰ ডি ডি আৰ মহাবিদ্যালয় শ্ৰেষ্ঠ নিয়মানুবৰ্তিতাৰ দল আৰু বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয় মাৰ্চ-পাৰ্টচৰ শ্ৰেষ্ঠ দল হিচাবে বিবেচিত হয় ৷

আজি বিয়লি জে ডি এছ জি মহািদ্যালয় খেল পথাৰত অনুষ্ঠিত সামৰণি অনুষ্ঠানত স্থান লাভ কৰা দল আৰু প্ৰতিযোগিসকলক বঁটা প্ৰদান কৰা হয় ৷

সামৰণি অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ৰীড়া সঞ্চালক ড৹ মন্টু বড়ো আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জয়ন্ত গগৈ মুখ্য অতিথি হিচাবে উপস্থিত থাকে। ছাত্ৰ ছাত্ৰী সকলে দেখুৱা দক্ষতাত সন্তোষ প্ৰকাশ কৰি সঞ্চালক ড০ মন্টু বড়োয়ে এই দক্ষতা আৰু নিপুন কৰিব লাগিব বুলি মন্তব্য কৰে ৷

Recent News

১০% বৃদ্ধি পালে ভাৰতৰ বৈদেশিক ঋণ : ৭৩৬.৩ বিলিয়ন মাৰ্কিন ডলাৰ স্পৰ্শ কৰিলে ঋণে

১০% বৃদ্ধি পালে ভাৰতৰ বৈদেশিক ঋণ : ৭৩৬.৩ বিলিয়ন মাৰ্কিন ডলাৰ স্পৰ্শ কৰিলে ঋণে

মাজুলীৰ কৃষকৰ ব্যৱসায়ীক সফলতা! মধ্য এছিয়া-ইউৰোপলৈ ২৬৭ মেট্ৰিক টন ৰঙা বাও ধানৰ ৰপ্তানি

মাজুলীৰ কৃষকৰ ব্যৱসায়ীক সফলতা! মধ্য এছিয়া-ইউৰোপলৈ ২৬৭ মেট্ৰিক টন ৰঙা বাও ধানৰ ৰপ্তানি

শিক্ষকসকলৰ কাৰ্যালয়ত উপস্থিতিৰ সময়ক লৈ নিৰ্দেশনা জাৰি অসম চৰকাৰৰ

শিক্ষকসকলৰ কাৰ্যালয়ত উপস্থিতিৰ সময়ক লৈ নিৰ্দেশনা জাৰি অসম চৰকাৰৰ

অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ অসম আৰু মিজোৰামত

অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ অসম আৰু মিজোৰামত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd