• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ট্ৰেক্টৰ বিতৰণৰ ক্ষেত্ৰত কৃষি বিভাগে চলাইছে ভয়ংকৰ কেলেংকাৰী : অখিল গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 22, 2018 4:26 pm
Akhil Gogoi's Pressmeet
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ কৃষি বিভাগে ট্ৰেক্টৰ বিতৰণৰ ক্ষেত্ৰত চলাইছে ভয়ংকৰ কেলেংকাৰী। জেম পৰ্টেলৰ পৰা চৰকাৰী ৰাজসাহাৰ্য্যৰে ট্ৰেক্টৰ ক্ৰয় কৰি বিনামূলীয়াকৈ প্ৰদান কৰিব পাৰে কৃষি বিভাগে।

আজিৰ এক সংবাদ মেল যোগে এই মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে।

এই সন্দৰ্ভত কৃষক নেতাজনে কয় ‘পূৰ্বৰ বাজেটত ঘোষণা কৰা হৈছিল যে মুখ্য মন্ত্ৰীৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ২৬,০০০ খন গাঁৱৰ ২০০০টা গোটক এই ট্ৰেক্টৰ সমূহ বিতৰণ কৰা হ’ব। লগতে এই যোজনাৰ জৰিয়তে গাঁৱলীয়া পৰিবেশটোৱেই সলনি কৰি দিয়া হ’ব বুলি বাজেটত ঘোষণা কৰিছিল।’

অখিল গগৈয়ে মন্তব্য কৰে যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ঘোষণা কৰা অনুসৰি এইটোৱেই হৈছে বিজেপি চৰকাৰৰ আটাইতকৈ বৃহৎ সপোনৰ প্ৰকল্প।

তদুপৰি কৃষক নেতাজনে গাঁৱৰ কৃষকসকলে ট্ৰেক্টৰ ক্ৰয় কৰাৰ বাবদ লোৱা ঋণৰ সুত পৰিশোধ কৰিবলগীয়া হৈছে যদিও ট্ৰেক্টৰ পোৱা নাই বুলি মন্তব্য কৰে।

তেওঁৰ মতে ‘সোণালিকা নামৰ ট্ৰেক্টৰ জেম পৰ্টেলত দাম ৪,৪২,৫৯২ টকা, এচ(এচই) কোম্পানীৰ ট্ৰেক্টৰৰ মূল্য ৪,০০,৯৯৯ টকা, এচকৰ্ট কোম্পানীৰ ট্ৰেক্টৰৰ মূল্য ৫,০২,৮৫৫ টকা, টাফ কোম্পানীৰ ট্ৰেক্টৰত ৫,৩০,৯২২ টকা আৰু স্বৰাজ কোম্পানীৰ ট্ৰেক্টৰৰ মূল্য ৫,০৮,৩৯৪ টকা।’

এই সন্দৰ্ভত ৰাজসাহায্যতকৈ কম দামত কিনিবলগীয়া ট্ৰেক্টৰত কিয় ৩০ শতাংশ ধন গাঁৱলীয়া চহা কৃষকে ভৰিবলগীয়া হ’ল বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে।

ইয়াৰোপৰি জেম পৰ্টেল কোম্পানীৰ পৰা চৰকাৰে ট্ৰেক্টৰ ক্ৰয় কৰাৰ বিপৰীতে ফাৰ্মাৰ্চ পৰ্টেলৰ পৰা ২ লাখ টকাতকৈ অধিক ধন দি ট্ৰেক্টৰ ক্ৰয় কৰিছে বুলি তেওঁ সংবাদমেলত সদৰী কৰে।

কৃষি বিভাগত দুৰ্নীতি চলাৰ অভিযোগ তুলি তেওঁ কয়, ‘কেৱল আমোলা-বিষয়া আৰু মন্ত্ৰীয়ে কমিচন লাভ কৰাৰ অংকত গাঁৱলীয়া চহা কৃষকৰ ওপৰত লুন্ঠনৰাজ আৰম্ভ কৰিছে।’

সংবাদমেলত কৃষক নেতাজনে অসম বিধান সভাত সদন কমিটি গঠন কৰি কেলেংকাৰীৰ সৈতে জড়িত বিষয়াৰ ওপৰত তদন্ত কৰাৰ দাবী জনোৱাৰ লগতে মুখ্য মন্ত্ৰী তথা কৃষি মন্ত্ৰীকো তদন্তৰ আওতালৈ আনিবলৈ কয়।

২০১৭ চনৰ ৬ ডিচেম্বৰত বড়োলেণ্ডত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদে মুঠ ২,৮৮৯ খন ট্ৰেক্টৰৰ ১০৮৯ খন মহিন্দ্ৰা কোম্পানী আৰু ১০০০ খন স্বৰাজ কোম্পানীৰ পৰা ক্ৰয় কৰি চৰকাৰৰ কৃষি বিভাগে অন্য ট্ৰেক্টৰ কোম্পানীসমূহক বঞ্চিত কৰাৰ অভিযোগ তুলে কৃষক নেতাজনে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd