• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিগবৈত ২৯ সংখ্যক আন্তঃৰাজ্যিক পি এছ পি বি দবা আৰম্ভ

লক্ষ্মণ শৰ্মা by লক্ষ্মণ শৰ্মা
December 21, 2017 4:18 pm
487
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় তেল নিগম লিমিটেডৰ অধীনৰ অসম অইল ডিভিজনৰ সৌজন্যত আজিৰ পৰা ডিগবৈত পি এছ পি বি আন্তঃৰাজ্যিক দবা প্ৰতিযোগিতা আৰম্ভ হৈছে। প্ৰতিযোগিতাখনৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম অইল ডিভিজনৰ কাৰ্য্যবাহী সঞ্চালক মৃত্যুঞ্জয় প্ৰামাণিকে। তেওঁৰ লগতে উদ্বোধনী অনুষ্ঠানটোত উপস্থিত আছিল সুনন্দ পাণ্ডে (চি জি এম), এ কে তামূলীৰ লগতে আন ভালেকেইজন জ্যেষ্ঠ বিষয়া আৰু ভাৰতৰ বিভিন্ন ঠাইৰ বিভিন্নটা পেট্ৰ’লিয়াম কোম্পানীৰ পৰা অহা খেলুৱৈসকল আছিল আৰু স্থানীয় ডিগবৈ অইলৰ কিছু সংখ্যক লোক আছিল। প্ৰামাণিকে তেওঁৰ খেলুৱৈসকলক উজ্জীৱিত কৰা ভাষণত কয়, ‘ভাৰতীয় তেল নিগমে (অসম অইল ডিভিজন) ইয়াৰ কৰ্মচাৰীৰ উপৰি ডিগবৈৰ সকলো লোকৰ বাবেই এটা ক্ৰীড়াৰ পৰিৱেশ দিছে তথা ক্ৰীড়া প্ৰতিভাক বিভিন্ন প্ৰকাৰে উৎসাহিত কৰিছে। ২৯ সংখ্যক আন্তঃৰাজ্যিক পি এছ পি বি দবা আয়োজন কৰাটো আমাৰ বাবে এটা গৌৰৱৰ বিষয়। এই সুযোগত ইয়াৰ স্থানীয় লোকসকলে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈৰ খেল চোৱাৰো সুবিধা পাব।’

জানিবলৈ পোৱা মতে ভাৰতৰ বিভিন্ন ঠাইৰ ৯টা পেট্ৰলিয়াম খণ্ডৰ পৰা মুঠ ১৪টা দলে প্ৰতিযোগিতাখনত ভাগ ল’বলৈ আহিছে। প্ৰতিযোগিতা দলীয়া আৰু ব্যক্তিগত দুয়োটা শাখাত অনুষ্ঠিত হ’ব। গ’ল্ডেন জুবিলী কমপ্লেক্সত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখন পাঁচদিন ধৰি চলিব বুলি আমাক আয়োজকে জনাইছে। ইয়াত গ্ৰেণ্ড মাষ্টাৰ তথা ৰাষ্ট্ৰীয় চেম্পিয়ন ললিথ বাবু, সূৰ্য্য শ্বেখৰ গাংগুলী আৰু কে শশী কিৰণ, পি হৰিকৃষ্ণৰ দৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ শীৰ্ষস্থানীয় খেলুৱৈয়েও অংশগ্ৰহণ কৰিছে।

আজিৰ অনুষ্ঠানটোৰ শুভাৰম্ভ হোৱাৰ পূৰ্বে সংবাদকৰ্মী আৰু মেনেজৰাসকলৰ এক সন্মিলনো অনুষ্ঠিত কৰা হয়।

Recent News

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

“বিশ্বাস কৰা মা-দেউতা, তোমালোকেই মোৰ পৃথিৱী”, সামাজিক মাধ্যমত হৃদয় বিদাৰক পোষ্ট ‘ত্যাজপুত্ৰ’ তেজ প্ৰতাপৰ

“বিশ্বাস কৰা মা-দেউতা, তোমালোকেই মোৰ পৃথিৱী”, সামাজিক মাধ্যমত হৃদয় বিদাৰক পোষ্ট ‘ত্যাজপুত্ৰ’ তেজ প্ৰতাপৰ

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd