• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিগবৈৰ বনকৰ্মীৰ মাজত ৰেইনকোট, জোতা বিতৰণ ‘আৰণ্যক’ৰ

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
May 24, 2018 7:23 pm
Aaranyak-570x320

ফাইল ফটো

126
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ ‘আৰণ্যক’ নামৰ বৈজ্ঞানিক আৰু শিল্প গৱেষণা সংগঠনটোৱে আজি ডিগবৈ বন বিভাগৰ ৯০ গৰাকী বনকৰ্মীৰ মাজত বিভিন্ন ধৰণৰ প্ৰয়োজনীয় সা-সামগ্ৰী বিতৰণ কৰে।

ডিগবৈ ডিভিজনৰ জিলা বন বিষয়া বিপুল বৰা, সহকাৰী বন সংৰক্ষক মৃগাংক বৰা, ডিগবৈ ৰেঞ্জ বিষয়া প্ৰণীতা সিঙৰ লগতে বিভিন্ন বন বিষয়াৰ উপস্থিতিত সংগঠনটোৱে বনকৰ্মীসকলৰ মাজত জোতা, ৰেইনকোট আদি বিতৰণ কৰা দেখা যায়।

আৰণ্যক সংগঠনটোৰ হৈ শৈলেন্দ্ৰ দাস, ৰাজীৱ ৰুদ্ৰ টৰিয়াং, জ্যোতি প্ৰসাদ দাস, অভিজিৎ বৰুৱা আৰু ৰুবুল টাটি বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে।

উল্লেখ্য যে বনকৰ্মীসকলে বন সংৰক্ষণ আৰু বনৰীয়া জীৱ জন্তুসকলক সংৰক্ষণ কৰাৰ বাবে যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলগীয়া হয়। বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন অসুবিধাৰ সন্মুখীন হয় সেয়ে তেওঁলোকৰ কিছু সহায় হোৱা উদ্দেশ্যে আৰণ্যক নামৰ সংগঠনটোৱে সহায়ৰ বাবে আগবাঢ়ি আহিছে।

১১১.১ কিলোমিটাৰেৰে আবৰা ডিগবৈ বন বিভাগৰ অধীনৰ ডেহিয়াং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ সুৰক্ষাৰ দায়িত্বত থকা এই বনকৰ্মীসকলক সহায়ৰ বাবে আগবাঢ়ি অহা আৰণ্যক নামৰ সংস্থাটোক বন বিভাগৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে।

Recent News

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd