• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমাপুৰত অনুষ্ঠিত নিয়োগ মেলালৈ চাকৰি প্ৰত্যাশীৰ ব্যাপক সঁহাৰি

এনই নাও নিউজ by এনই নাও নিউজ
March 18, 2018 12:00 pm
job-fair
106
VIEWS
Share on FacebookShare on Twitter

নিৱনুৱা যুৱক-যুৱতী সকলক কৰ্মসংস্থাপনৰ বাট মুকলি কৰি দিবলৈ নাগালেণ্ডৰ অন্যতম চহৰ হিচাপে পৰিচিত ডিমাপুৰত যোৱা শনিবাৰে অনুষ্ঠিত নিয়োগ মেলাত চাকৰি প্ৰত্যাশীৰ ব্যাপক সঁহাৰি দেখা পোৱা গৈছে।

উল্লেখ্য যে ডিমাপুৰৰ য়ুনিটী কলেজত অনুষ্ঠিত নিয়োগ মেলাখনত বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানৰ প্ৰায় অৰ্ধশতাধিক শাখাৰ চাকৰি পৰামৰ্শদাতা সকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

ইণ্টাৰনেল কোৱালিটি এছেছমেণ্ট চেল, য়ুনিটী কলেজ আৰু এনআইঅআটিৰ যৌথ উদ্যোগত অনুষ্ঠিত এই নিয়োগ মেলাখনৰ জৰিয়তে আগ্ৰহী নিৱনুৱা সকলে স্থানীয় বা দেশৰ অন্যান্য প্ৰান্তত কৰ্মসংস্থানৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

jobশনিবাৰে এই নিয়োগ মেলাখনত আৰম্ভণিৰে পৰা যুৱক-যুৱতীৰ যথেষ্ট ভিৰ দেখা যায়।

ডিমাপুৰৰ য়ুনিটী কলেজত অনুষ্ঠিত এই নিয়োগ মেলাখনত আদিত্য বিৰলা কেপিটেল, এমাজন ইণ্ডিয়া, এপেক্স মেনপাৱাৰ, এটিচি ট্ৰান্সপ’ৰ্ট, নাগালেণ্ড জৱ চেণ্টাৰ, নাগালেণ্ড টুডে, মহাবীৰ ৰাইচ মিল, পেণ্টালুনছ, পিনাকল আদিৰ লগতে অন্যান্য ভালেমান আগশাৰীৰ প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে।

উল্লেখ্যোগ্য যে এই নিয়োগ মেলাখনৰ জৰিয়তে ৰাজ্যখনৰ নিৱনুৱা সমস্যা কিছু হ’লেও হ্ৰাস পাব বুলি আশা কৰিছে আয়োজক সকলে।

Recent News

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd