প্ৰসূতিৰ চিজাৰিয়ান অপাৰেইশ্যনৰ ক্ষেত্ৰত শিৱসাগৰ জিলাৰ ভিতৰতে শ্ৰেষ্ঠ স্থান পাইছে ডিমৌ আদৰ্শ চিকিৎসালয়ে। চিকিৎসালয়খনৰ চিকিৎসক-নাৰ্ছ-কৰ্মচাৰীকে ধৰি ডিমৌবাসীক গৌৰৱিত কৰা এই সুখবৰটো যোৱা ২৯ নৱেম্বৰত ঘোষণা কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰে। ডাঃ সুৰজিত গিৰি আৰু ডাঃ সীমান্তজ্যোতি টায়েৰ নেতৃত্বৰ প্ৰসূতি চিকিৎসাৰ দলটোৰ দৃষ্টান্তমূলক ভূমিকাৰ বাবেই চিকিৎসালয়খনে এই সন্মান অৰ্জন কৰিব পাৰিছে বুলি কয় স্থানীয় ৰাইজে। এই সৰু গোটটোৱে যোৱা নৱেম্বৰ মাহত অভিলেখ সৃষ্টি কৰি সম্পন্ন কৰে ৬৫টা সফল চিজাৰিয়ান অপাৰেইশ্যন।
ডিমৌ আদৰ্শ চিকিৎসালয়ৰ কৃতিত্ব
-
By NE NOW NEWS
- Categories: অসম
Related Content
অসমত B. Pharm বা D. Pharm পাঠ্যক্ৰমত অধ্যয়নৰ বাবে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক!
By
হিতোজ্বল চেতিয়া
May 12, 2024 3:40 pm
কংগ্ৰেছ সভাপতি খাৰ্গেৰ হেলিকপ্টাৰত তালাচী; গণতন্ত্ৰক হত্যা কৰাৰ অভিযোগ তুলি সৰৱ কংগ্ৰেছ!
By
হিতোজ্বল চেতিয়া
May 12, 2024 1:22 pm
নাছাই প্ৰকাশ কৰিলে একেৰাহে দুটাকৈ সৌৰ বিস্ফোৰণৰ ছবি; সৌৰ ধুমুহাৰ আশংকা বৃদ্ধি
By
হিতোজ্বল চেতিয়া
May 12, 2024 12:18 pm
ঋষভ পন্তক নিৰ্বাসনত পঠিয়ালে বিচিচিআইয়ে! দিল্লী কেপিটেলছৰ নতুন নেতাৰ সন্মুখত প্ৰত্যাহ্বান
By
হিতোজ্বল চেতিয়া
May 12, 2024 10:28 am
মোডীক মুখামুখি বিতৰ্কলৈ নিমন্ত্ৰণ জনাই ৰাহুল ক’লে, `মই সাজু, মোডীজী মান্তি নহ’ব’
By
হিতোজ্বল চেতিয়া
May 12, 2024 9:16 am
IPL 2024: বৰ্ষাবিঘ্নিত মেচত ইডেনত সেমেকিল মুম্বাই; প্লে অফ নিশ্চিত কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে
By
হিতোজ্বল চেতিয়া
May 12, 2024 8:09 am