• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ড০ হিমন্তবিশ্ব শৰ্মাক হত্যাৰ ভাবুকি সম্পৰ্কত বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 9, 2017 12:39 pm
120
VIEWS
Share on FacebookShare on Twitter

শিক্ষা, স্বাস্থ্য, বিত্তৰ দৰে দপ্তৰৰ দায়িত্বত থকা অসমৰ এজন প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰাৰ পৰিকল্পনা সংক্ৰান্তীয় এটা ম’বাইল বাৰ্তা এটা নম্বৰৰ পৰা চাৰিজনকৈ কংগ্ৰেছী নেতালৈ যোৱা সন্দৰ্ভত আজি ৰাজ্যখনৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই nenow.in ৰ আগত নিজৰ মত খোলাকৈ ব্যক্ত কৰে। বিধায়কজনে এই সন্দৰ্ভত কয় যে দেশবাসী তথা কংগ্ৰেছে আততায়ীৰ হাতত মহাত্মা গান্ধীক হেৰুৱাইছে। তাৰোপৰি কংগ্ৰেছে ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীকো আততায়ীৰ হাতত হেৰুৱাইছে। গতিকে যি দলৰে নহওক, এনেকুৱা কথা-কাণ্ডক প্ৰশ্ৰয় দিয়াৰ কথাই নাহে। আনকি আমাৰ মাজৰ পৰাই প্ৰথমে আৰক্ষীক খবৰ দিয়া হৈছে। ৰকিবুল হুছেইনৰ ম’বাইলত এই বাৰ্তাটো অহাৰ লগে লগে তেওঁ আমাক জনাই আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক ফোন কৰি কথাটো জনোৱা হয়। ‘কিন্তু এটা কথাত মই আচৰিত হৈছো আৰক্ষীয়ে এই কথাটো ইমান সহজভাৱে লৈছে কিয়? গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ প্ৰতি অধিক কঠোৰ ব্যৱস্থা নল’লে কিয়? মাত্ৰ ২৪ ঘণ্টা নিজৰ জিম্মাত লৈয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে কিয়? তেওঁলোকক অধিক জেৰা কৰাৰ প্ৰয়োজন আছিল বুলি ভাবো।’ এইদৰে কয় বিধায়কজনে। উল্লেখযোগ্য যে ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত উক্ত ম’বাইল বাৰ্তা প্ৰেৰণ কৰা নম্বৰটোৰ অধিকাৰী ফকৰুদ্দিন আলী আৰু তেওঁৰ সহযোগী পৱন আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক বৰ্তমান ন্যায়িক জিম্মাত ৰখা হৈছে।

https://youtu.be/CerdM_UXtbw

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd