• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেজপুৰ বিশ্ববিদ্যালয়ত এন চি চিৰ ৰাষ্ট্ৰীয় সংহতি শিবিৰৰ সামৰণি

দীপ কুমাৰ কলিতা by দীপ কুমাৰ কলিতা
December 28, 2017 6:11 pm
144
VIEWS
Share on FacebookShare on Twitter

এন চি চিৰ উদ্যোগত তেজপুৰ বিশ্ববিদ্যালয়ত আয়োজিত আৰু যোৱা ১৯ ডিচেম্বৰত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে শুভাৰম্ভ কৰা ১০ দিনীয়া ৰাষ্ট্ৰীয় সংহতি শিবিৰৰ আজি সফল সমাপ্তি ঘটে। সমগ্ৰ ভাৰতৰ ১৭টা ৰাজ্যিক সঞ্চালকালয়ৰ ৬০০ এন চি চি কেডেটে এই শিবিৰত অংশ গ্ৰহণ কৰে। শিবিৰ মুকলি কৰি ৰাজ্যপাল গৰাকীয়ে কেডেটসকলক দেশৰ বিভিন্ন ৰাজ্যৰ সংস্কৃতি বুজাৰ বাবে ‘দেশ প্ৰথম’ (Country First) বাণীটো হৃদয়ংগম কৰাৰ বাবে আহ্বান জনায়। উল্লেখযোগ্য যে উক্ত শিবিৰত অংশগ্ৰহণকাৰী সকলে সেনাৰ গজৰাজ বাহিনীৰ মুৰব্বীৰ এক প্ৰেৰণাময় বক্তৃতা, বিমান বাহিনীৰ তেজপুৰৰ আস্থান ভ্ৰমণ আৰু ভাৰতীয় সেনাৰ বিভিন্ন যুদ্ধাস্ত্ৰ প্ৰদৰ্শন আদিৰ অভিজ্ঞতা লভে। তাৰোপৰি আন্তঃসঞ্চালকালয় ড্ৰিল, তৰ্ক, সমূহীয়া গীত-নৃত্য, ৰাষ্ট্ৰীয় একতা সজাগতা প্ৰদৰ্শন আদি কাৰ্যসূচীত কেডেটসকলে উৎসাহেৰে অংশ গ্ৰহণ কৰে। ২৮ ডিচেম্বৰত উক্ত শিবিৰৰ সামৰণি ভাষণত এন চি চিৰ তেজপুৰ গোটৰ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ মহেন্দ্ৰ সিং যোধাই অংশগ্ৰহণকাৰী সকলক তেওঁলোকৰ উৎকৃষ্ট প্ৰদৰ্শনৰ শলাগ লৈ তেওঁলোকক শিবিৰৰ পৰা ধনাত্মক বাৰ্তাসমূহ কঢ়িয়াই নি ভাৰতৰ আদৰ্শ নাগৰিক হোৱাৰ বাবে আহ্বান জনায়।

Recent News

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd