• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

থলুৱা প্রযুক্তিকৌশলেৰে ৰামসেতুৰ পুৰাতাত্ত্বিক অধ্যয়নৰ বাবে অসম বিশ্ববিদ্যালয়ে দিয়া প্ৰস্তাৱ পেলাই থৈছে কেন্দ্ৰই

NE NOW NEWS এন ই নাও নিউজ
শিলচৰ , December 24, 2017 10:02 pm

2 min read

থলুৱা প্রযুক্তিকৌশলেৰে ৰামসেতুৰ পুৰাতাত্ত্বিক অধ্যয়নৰ বাবে অসম বিশ্ববিদ্যালয়ে দিয়া প্ৰস্তাৱ পেলাই থৈছে কেন্দ্ৰই
90
VIEWS
Share on FacebookShare on Twitter

ৰামসেতুৰ থলুৱা কৌশলেৰে পুৰাতাত্ত্বিক অধ্যয়নৰ বাবে অসম বিশ্ববিদ্যালয়ে দিয়া প্ৰস্তাৱ পেলাই থৈছে কেন্দ্ৰই। এই কথা পোহৰলৈ আহিছে হিন্দুস্তান টাইমছৰ এটা প্ৰতিবেদনৰ পৰা। শিলচৰস্থিত বিশ্ববিদ্যালয়খনৰ পুৰাতাত্ত্বিক আৰু সংগ্ৰহালয় অধ্যয়ন কেন্দ্ৰই এবছৰৰ পূৰ্বেই দিয়া উক্ত অধ্যয়নৰ অনুমতি এতিয়াও পোৱা নাই ভাৰতীয় ঐতিহাসিক অধ্যয়ন পৰিষদ বা Indian Council of Historical Research(ICHR)ৰ পৰা। ICHR ৰ তদান্তীন অধ্যক্ষ ৱাই সুদৰ্শন ৰাৱে তেতিয়া তেওঁলোকে অধ্যয়নৰ অনুমতি দিয়াৰ ইংগিত দিছিল। কিন্তু যোৱা জুন মাহৰ পৰা অধ্যক্ষৰ পদটো খালী হৈ ৰোৱাত সেই কথা আৰু আগ বঢ়া নাই।

‘আমি ৰামসেতুৰ অধ্যয়নৰ বাবে প্ৰস্তাৱ দিয়া আজি প্ৰায় এবছৰ হ’ল। কিন্তু আমি এতিয়াও ICHR ৰ সঁহাৰি পোৱা নাই। কি কাৰণত তেওঁলোকে এইটো ইমান দিনে পেলাই থৈছে মই গম নাপাওঁ।’ বিশ্ববিদ্যালয়খনৰ পুৰাতাত্ত্বিক আৰু সংগ্ৰহালয় অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক অধ্যাপক আলোক ত্ৰিপাঠীয়ে কয়। ত্ৰিপাঠীয়ে লগতে কয় যে তেওঁ ICHR ৰ লগতে মানৱ সম্পদ উন্নয়ন মন্ত্ৰীলৈয়ো বিষয়টো খৰতকীয়া কৰিবলৈ লিখিছিল।

উল্লেখযোগ্য যে ৰামসেতু এটা পথসদৃশ অংশ যিটো তামিলনাডুৰ পৱন দ্বীপ আৰু শ্ৰীলংকাৰ মান্নাৰ দ্বীপৰ মাজত সংযোগৰ দৰে আছে। বৈজ্ঞানিক অনুসন্ধানে এইটো স্পষ্ট কৰিছে যে উক্ত পক প্ৰণালীটো চূণশিলৰ ঢিপৰ দ্বাৰা গঠিত এটা প্ৰাকৃতিক সেঁতু। কিন্তু হিন্দু ধৰ্মীয় তত্ত্ববোৰে বিশ্বাস কৰে যে এই সেঁতু ৰামায়ণত উল্লেখ কৰা ভগৱান ৰাম আৰু তেওঁৰ বানৰ সেনাই নিৰ্মাণ কৰিছিল।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd