• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

দক্ষিণ-পূব এছিয়াৰ দেশবোৰলৈ দ্বিতীয় এটা ক’ৰিডৰৰ প্ৰস্তাৱ বীৰেন সিঙৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 19, 2017 10:24 pm
দক্ষিণ-পূব এছিয়াৰ দেশবোৰলৈ দ্বিতীয় এটা ক’ৰিডৰৰ প্ৰস্তাৱ বীৰেন সিঙৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি মণিপুৰৰ মুখ্য মন্ত্ৰীয়ে এটা অনুষ্ঠানত ভাল গৈ কয় যে কেন্দ্ৰীয় চৰকাৰৰ এক্ট ইষ্ট নীতিৰ আধাৰত ম্যানমাৰৰ সীমামূৰীয়া চিন জিলাৰ সৈতে লাগি থকা মণিপুৰৰ চুৰাচন্দপুৰ জিলাৰ প্ৰায় অখ্যাত এটা পথক দক্ষিণ-পূব এছিয়াৰ দেশবোৰলৈ দ্বিতীয়টো কৰিড’ৰ হিচাপে নিৰ্মাণ কৰা হ’ব। চুৰাচন্দপুৰ জিলা সদৰৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ দূৰত থকা চিনঘাট পাহাৰী নগৰখনৰ মাজেৰে যোৱা পথটো চুৰাচন্দপুৰ-বেহিয়াং নামেৰে জনা যায়। আজি বেহিয়াং গাওঁলৈ তেওঁ কৰা প্ৰথমটো ভ্ৰমণৰ সময়ত জৌ গল শতবৰ্ষ সোঁৱৰণি অনুষ্ঠানত ভাগ লৈ মুখ্য মন্ত্ৰীজনে এইদৰে কয়। তেওঁ লগতে কয় যে মণিপুৰ চৰকাৰে মৰেত থকাৰ দৰে বেহিয়াঙতো এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰাৰ কথা চিন্তা কৰি আছে, যাতে সীমান্তৰ বাণিজ্যক অধিক গতি দিব পৰা যায়। ‘বাণিজ্যকেন্দ্ৰ প্ৰতিষ্ঠা কৰিবৰ বাবে যোগাযোগ ব্যৱস্থা উন্নত কৰিব লাগিব।’ তেওঁ কয়। তাৰোপৰি তেওঁ কয় যে চুৰাচন্দপুৰ-বেহিয়াং পথৰ চিনঘাট-বেহিয়াং অংশটোৰ ৰাষ্ট্ৰীয় পথলৈ উন্নীত কৰিবলৈ তেওঁ কেন্দ্ৰীয় পথ যোগাযোগ মন্ত্ৰী নীতিন গাডকাৰিক অনুৰোধ কৰিছে।

আনহাতে বেহিয়ান গাওঁবাসীক আন এটা প্ৰতিশ্ৰুতি দি মুখ্য মন্ত্ৰীজনে কয় যে ঐতিহাসিক স্থানডোখৰৰ সংৰক্ষণ কৰিব আৰু ৰজাজনৰ স্মৃতি সজীৱ কৰিব পৰাকৈ চৰকাৰে বিশেষ আঁচনি ল’ব।

উল্লেখযোগ্য যে সীমান্তৰ গাওঁখনৰ হাজাৰ হাজাৰ লোকে তেওঁলোকৰ পৰম্পৰাগত পোচাকত অনুষ্ঠানটোলৈ আহিছিল আৰু তেওঁলোকে মুখ্য মন্ত্ৰীজনক উষ্ণ আদৰণি জনাইছিল।

অনুষ্ঠানটোত মণিপুৰ পুনৰনৱীকৰণযোগ্য শক্তি বিকাশ প্ৰাধিকৰণৰ সভাপতি জিনছুৱানহো, স্বাস্থ্য মন্ত্ৰী, লাংপকলাকপাম জয়ন্তকুমাৰ, কৃষি মন্ত্ৰী হাংখানলিয়াং, বিধায়ক এ ৰঞ্জন, এল ৰামেশ্বৰ, এইচ্চ ডিংগো, কে ৰবিন্দ্ৰো, মুখ্য সচিব আৰ আৰ ৰশ্মিৰ, ডি জি পি এল এম খৌটে আৰু অন্যান্য শীৰ্ষস্থানীয় অসামৰিক বিষয়া তথা আৰক্ষী বিষয়াসকল উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

August 27, 2025 4:37 pm
ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

August 27, 2025 4:27 pm
পত্নীয়ে কণীৰ জোল ৰন্ধাৰ পৰা বিৰত থকাৰ বাবে স্বামীয়ে বাচি ল’লে চৰম পন্থা

পত্নীয়ে কণীৰ জোল ৰন্ধাৰ পৰা বিৰত থকাৰ বাবে স্বামীয়ে বাচি ল’লে চৰম পন্থা

August 27, 2025 3:59 pm
জন্মদিনৰ পাৰ্টি কৰি থকোতে মহাৰাষ্ট্ৰত ভাঙি পৰিল চাৰি মহলীয়া ঘৰ! এটি শিশুসহ দুজন লোকৰ মৃত্যু

জন্মদিনৰ পাৰ্টি কৰি থকোতে মহাৰাষ্ট্ৰত ভাঙি পৰিল চাৰি মহলীয়া ঘৰ! এটি শিশুসহ দুজন লোকৰ মৃত্যু

August 27, 2025 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

August 27, 2025 4:37 pm
ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

August 27, 2025 4:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd