• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দৰিদ্ৰ পৰিয়াললৈ হোজাইৰ স্বেচ্ছাসেৱী সংগঠনৰ খাদ্যৰ টোপোলা

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
May 16, 2018 5:17 pm
NGO distributed ‘Ramadan Aid’
108
VIEWS
Share on FacebookShare on Twitter

বিভিন্ন ধৰণৰ সমাজসেৱা মূলক কাম-কাজৰ সৈতে জড়িত হোজাইৰ এটা আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন হৈছে মাৰকাজুল মা’আৰিফ।

এই বাৰ এই সংগঠনে মুছলিম ধৰ্মাৱলম্বী লোকৰ আজিৰে পৰা আৰম্ভ হোৱা পবিত্ৰ ৰমজান মাহ উপলক্ষে মুছলিম ধৰ্মৰ দৰিদ্ৰ পৰিয়ালসমূহৰ মাজত ‘ৰমজান সাহায্য’(RAMADAN AID) হিচাপে খাদ্যৰ টোপোলা বিতৰণ কাৰ্যসূচী আৰম্ভ কৰিছে।

দুখীয়া তথা ৰোজা ৰখা পৰিয়ালসমূহক বিনামূলীয়া খাদ্যৰ টোপোলা বিলোৱা হয়।

সংগঠনটোৰ ফালৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি চামচুল হ’ক চৌধুৰী আৰু সম্পাদক খালিলুৰ ৰহমানৰ তত্বাৱধানত এই কাৰ্যসূচী আৰম্ভ কৰা হয়।

বিজ্ঞপ্তিটোৰ মতে তেওঁলোকে গ্ৰহণ কৰা এই পদক্ষেপৰ জৰিয়তে কোকৰাঝাৰত ৫০০০, গোলাগঞ্জত ১০০০, গোৱালপাৰাত ২০০০, জলেশ্বৰত ১০০০, নগাঁও আৰু মৰিগাঁৱত ৭০০০, লখিমপুৰ, নাওবৈচা, শিপৰাঝাৰ, দলগাঁও, বালুনি, ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া আৰু গোলাঘাটত ৬০০০ আৰু হোজাইত ৫০০০ খাদ্যৰ টোপোলা বিলোৱা হ’ব।

এই সম্পৰ্কত সম্পাদক খালিলুৰ ৰহমানে কয়, ‘আমাৰ উদ্দেশ্য হৈছে সঁচা অৰ্থত দুখীয়া লোকসকলক খাদ্য সামগ্ৰী যোগান ধৰা আৰু সেই অনুযায়ী আমাৰ দলে খাদ্য সামগ্ৰী বিতৰণ কৰি আছে।

Recent News

হঠাৎ কিয় এই সিদ্ধান্ত? পদত্যাগ কৰিছে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে

হঠাৎ কিয় এই সিদ্ধান্ত? পদত্যাগ কৰিছে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে

লজ্জাহীন চৰকাৰ, হিটলাৰী শাসন :  সামাজিক মাধ্যমত উচ্ছেদ বিৰোধী ৰীল পোষ্ট কৰাৰ বাবে যুৱকক গ্ৰেপ্তাৰ

লজ্জাহীন চৰকাৰ, হিটলাৰী শাসন :  সামাজিক মাধ্যমত উচ্ছেদ বিৰোধী ৰীল পোষ্ট কৰাৰ বাবে যুৱকক গ্ৰেপ্তাৰ

অসমবাসীৰ আত্মসন্মাত আঘাত! ৰংঘৰৰ ছবি ব্যৱহাৰ কৰি সুৰাৰ বিজ্ঞাপন অ’য়েচিছ গ্ৰুপৰ

অসমবাসীৰ আত্মসন্মাত আঘাত! ৰংঘৰৰ ছবি ব্যৱহাৰ কৰি সুৰাৰ বিজ্ঞাপন অ’য়েচিছ গ্ৰুপৰ

মন্ত্ৰী জয়ন্ত মল্লৰ নেতৃত্বত শিলোসাঁকোত উচ্ছেদ : এতিয়াও অক্ষত হোটেল জিঞ্জাৰ, আজমলৰ মাটি, জয়ন্ত মল্লৰ ঘৰলৈ যোৱা পথ

মন্ত্ৰী জয়ন্ত মল্লৰ নেতৃত্বত শিলোসাঁকোত উচ্ছেদ : এতিয়াও অক্ষত হোটেল জিঞ্জাৰ, আজমলৰ মাটি, জয়ন্ত মল্লৰ ঘৰলৈ যোৱা পথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd