• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধানৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো শইচৰ লাইব্ৰেৰী স্থাপন অসমৰ যুৱকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 8, 2018 9:02 pm
seed-library-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিহাসৰ স্নাতক এগৰাকী কৃষক মোহন চন্দ্ৰ বৰাই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো থলুৱা জাতৰ বীজ সংৰক্ষণৰ লাইব্ৰেৰী স্থাপনৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে।

অঞ্চলটোৰ জলবায়ুৰ তাৰতম্যৰ বাবে নিম্ন গ্ৰহণযোগ্যতাৰ পৰা পাৰিপাৰ্শ্বিক তাপমাত্ৰালৈ, আৱদ্ধ পানী, সঘনাই হোৱা বানপানী, নতুন জাতৰ উত্থান আৰু মাটিৰ গুণাগুণ হ্ৰাস আৰু বৰষুণৰ পৰিমান হ্ৰাস আদিয়ে কিছুমান একক প্ৰজাতিৰ ধান অদূৰ ভৱিষ্যতে বিলুপ্ত হোৱাৰ দিশে আগবাঢ়িছে।

অঞ্চলটোত ধানৰ উৎপাদনৰ সমস্যাৰ জোৰা মাৰিবলৈ আৰু বিৰল থলুৱা ধানৰ প্ৰজাতিসমূহ সংগ্ৰহ কৰি ৰাখিবলৈ ‘অন্নপূৰ্ণা লাইব্ৰেৰী’ নামেৰে এটা একক লাইব্ৰেৰী স্থাপন কৰা হৈছে যিয়ে পৰিৱৰ্তিত জলবায়ুৰ লগত তাল মিলাই পূৰ্বজ বৈচিত্ৰ্যপূৰ্ণ ধানৰ খেতি সুৰক্ষিত কৰাত সহায় কৰাৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে বিভিন্ন প্ৰজাতিৰ ধান সংৰক্ষণ কৰিব।

এটা লাইব্ৰেৰী স্থাপনৰ আঁৰত থকা ধাৰণাটোৰ বিষয়ে ক’বলৈ গৈ বৰাই উল্লেখ কৰে, ‘’খেতিয়কসকলে মোৰ ওচৰলৈ বীজ জমা দিবলৈ আহে। মই সেই বীজ এডৰা মাটিত সিচিদিওঁ আৰু তাৰপিছত আন লোকেও কঠিয়া নিবলৈ আহে।‘’

যোৰহাট জিলাৰ মেলেঙত ১২ বছৰ আগতে বৰাই বীজৰ ভঁৰালটো আৰম্ভ কৰিছিল। তেওঁৰ গাওঁৰ জ্যেষ্ঠসকলৰ পৰা লাভ কৰা ধান খেতিৰ পৰম্পৰাগত শিক্ষা তথা জ্ঞানৰ আঁত ধৰি বৰাই ধানৰ একক প্ৰজাতিৰ বীজ বিচাৰি উত্তৰ-পূৰ্বাঞ্চল চলাথ কৰিছিল।

অন্নপূৰ্ণা লাইব্ৰেৰীত ক’লা ধান, বানপানীতো বৰ্তি থকা ধান, পাহাৰীয়া ধানকে ধৰি বিভিন্ন প্ৰজাতিৰ ধান পোৱা যাব।

‘’ মই তিনিটা ভিন্ন প্ৰজাতিৰ ধানেৰে এই প্ৰচেষ্টাটো আৰম্ভ কৰিছিলো, কিন্তু এতিয়া ২৫০ বিধতকৈয়ো অধিক প্ৰজাতিৰ ধানৰ সংগ্ৰহ আছে আৰু বেছিভাগেই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা সংগ্ৰহ কৰা,’’-বৰাই সাংবাদিকৰ আগত কয়।

অন্নপূৰ্ণা লাইব্ৰেৰীটো কেলিফৰ্ণিয়াস্থিত ৰিচমণ্ড গ্ৰোছ ছীড লেণ্ডিং লাইব্ৰেৰীৰ এটি সগোত্ৰীয় লাইব্ৰেৰী।

বৰাই লগতে শদিয়া, বালিপাৰা, কাজিৰঙা আদি ৰাজ্যখনৰ আন অঞ্চলতো এনেধৰণৰ লাইব্ৰেৰী স্থাপনৰ তেওঁৰ আগ্ৰহৰ কথা প্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd