• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধাৰাৱাহিক উদ্ভট মন্তব্য ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীৰ : ‘চিভিল’ ইঞ্জিনিয়াৰহে ‘চিভিল’ সেৱাৰ লায়ক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 29, 2018 8:19 pm
biplab kumar deb cm tripura
113
VIEWS
Share on FacebookShare on Twitter

ধাৰাৱাহিক উদ্ভট মন্তব্যৰে হাঁহিয়াতৰ পাত্ৰত পৰিণত হৈছে ত্ৰিপুৰাৰ নৱ নিৰ্বাচিত মুখ্য মন্ত্ৰী বিপ্লব দেব ( Biplab Kumar Deb )। মেকানিকেল ইঞ্জিনিয়াৰসকলৰ পৰিৱৰ্তে ‘চিভিল’ ইঞ্জিনিয়াৰসকল ‘চিভিল’ (অসামৰিক সেৱা) সেৱাৰ বাবে বেছি উপযুক্ত বুলি দেবে কৰা মন্তব্যই হাঁহিৰ খলকনিৰ সৃষ্টি কৰাৰ পিছত ২৮ এপ্ৰিল শনিবাৰে ‘চৰকাৰী চাকৰি’ বিচৰাতকৈ ‘পাণ দোকান’ খোলাৰ বাবে পৰামৰ্শ আগবঢ়াইছে।

‘বিশ্ব পশু চিকিৎসা দিৱস’ উপলক্ষে ত্ৰিপুৰা পশু চিকিৎসা পৰিষদে আয়োজন কৰা এক আলোচনা সভাত মুখ্য মন্ত্ৰী দেবে ‘পাৰ্টিৰ পিছে পিছে ঘূৰি ফুৰাতকৈ পাণ দোকান খোলা হ’লে একোজন ডেকাৰ এতিয়ালৈকে বেংকত ৫ লাখ টকা জমা হ’লহেঁতেন’ বুলি মন্তব্য কৰে।

দেবে লগতে কয় ‘স্নাতক ডিগ্ৰীধাৰী এজনে যোৱা ১০ বছৰে চাকৰি বিচাৰি থকাতকৈ এজনী গৰু পোহা হ’লে এতিয়ালৈ তেওঁৰ বেংকত ১০ লাখ টকা জমা হ’লহেঁতেন।’

প্ৰথম বাৰৰ বাবে মুখ্য মন্ত্ৰী হোৱা দেবে দায়িত্বভাৰ লোৱাৰ পিছৰ পৰা এটাৰ পিছত আনটো অভাৱনীয় ৰাজহুৱা মন্তব্য কৰি আহিছে।

যোৱা ২১ এপ্ৰিলত ‘লোকসেৱা দিৱস’ৰ দিনা তেওঁ ভাষণত কৈছিল যে ‘মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ পৰা অহাসকলে চিভিল (অসামৰিক) সেৱাত যোগ দিব খুজিব নালাগে। চিভিল ইঞ্জিনিয়াৰৰহে এই বিষয়ৰ জ্ঞান আছে…কাৰণ প্ৰশাসন চলোৱাসকলে সমাজ নিৰ্মাণ কৰিব লাগে।’

যোৱা ১৮ এপ্ৰিলত মহাভাৰতৰ যুগত ইণ্টাৰনে’ট আৰু উপগ্ৰহীয় যোগাযোগ ব্যৱস্থা আছিল বুলি মন্তব্য তেওঁ কৰা মন্তব্যই দেশজুৰি তেওঁক হাঁহিয়াতৰ পাত্ৰত পৰিণত কৰিছিল।

আনহাতে যোৱা ২৬ এপ্ৰিলত ডায়েনা হে’ডেন বিশ্ব সুন্দৰী হোৱাৰ বাবে উপযুক্ত নাছিল বুলি মন্তব্য কৰি পিছত তীব্ৰ সমালোচনাৰ সমুখীন হৈ নিজৰ মন্তব্যৰ বাবে ক্ষমা খুজিছিল। হে’ডেনে ‘লক্ষ্মী-সৰস্বতী দেৱী’ৰ দৰে ভাৰতীয় সৌন্দৰ্য্যক প্ৰতিনিধিত্ব নকৰে কিন্তু ঐশ্বৰ্য্য ৰায়ে কৰে বুলি মন্তব্য কৰিছিল।

Recent News

পথৰ কুকুৰক খাদ্যৰে প্ৰলোভিত কৰি ধৰ্ষণ! বন্ধুৱে কৰা ভিডিঅ’ৰ ভিত্তিত গ্ৰেপ্তাৰ এজন যুৱক

পথৰ কুকুৰক খাদ্যৰে প্ৰলোভিত কৰি ধৰ্ষণ! বন্ধুৱে কৰা ভিডিঅ’ৰ ভিত্তিত গ্ৰেপ্তাৰ এজন যুৱক

এইগৰাকী ৰাষ্ট্ৰপতিক ধৰি আনি দিলেই দিব ৪০০ কোটি টকাৰ পুৰস্কাৰ! কিয় ইমান খং ট্ৰাম্পৰ?

এইগৰাকী ৰাষ্ট্ৰপতিক ধৰি আনি দিলেই দিব ৪০০ কোটি টকাৰ পুৰস্কাৰ! কিয় ইমান খং ট্ৰাম্পৰ?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

জাননী অবিহনে কাৰো নাম আঁতৰ কৰা নহ’বঃ বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সম্পৰ্কত নিৰ্বাচন আয়োগ

জাননী অবিহনে কাৰো নাম আঁতৰ কৰা নহ’বঃ বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সম্পৰ্কত নিৰ্বাচন আয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd