• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধূলাৰ পৰিস্থিতি স্বাভাৱিক : আক্ৰান্ত পৰিয়ালৰ গৃহ পৰিদৰ্শন কৰিলে কেবিনেট মন্ত্ৰীয়ে

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
January 11, 2018 8:02 pm
ধূলাত নিহত হাছেন আলীৰ গৃহত উপস্থিত হৈ গড়কপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এক কালীন সাহায্যৰ কথা ঘোষণা কৰাৰ মুহূৰ্তত

ধূলাত নিহত হাছেন আলীৰ গৃহত উপস্থিত হৈ গড়কপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এক কালীন সাহায্যৰ কথা ঘোষণা কৰাৰ মুহূৰ্তত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৰং জিলাৰ ধূলাৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিছে। বৰ্তমানলৈ কোনো নতুন হিংসাত্মক ঘটনা ঘটাৰ বাতৰি পোৱা হোৱা নাই।

বুধবাৰৰ পৰা জাৰি কৰা সান্ধ্য আইন আজি আবেলি তিনি বজাৰ পৰা চাৰি ঘন্টাৰ বাবে শিথিল কৰি দিয়া হৈছে।

ইয়াৰ মাজতে গড়কপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীয়ে আজি আবেলি ঘটনাৰ বলি হোৱা গোৰাপৰি গাঁৱৰ মইদুল ইছলাম আৰু আটাকাটা গাঁৱৰ হাছেন আলীৰ ঘৰলৈ গৈ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে  আৰু নিহতৰ পৰিয়ালৰ নিকটাত্মীয়লৈ ৫ লাখ টকাৰ এককালীন সাহায্যৰ কথা ঘোষণা কৰে।

গুৱাহাটী মেডিকেল কলেজ এণ্ড হাস্পাতালত প’ষ্ট মৰ্টেম কৰাৰ পিছত বৃহস্পতিবাৰে হাছেন আলীৰ মৃতদেহ আবেলি প্ৰায় ৪-৩০ বজাত কেবিনেট মন্ত্ৰীদ্বয়, মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, ইডিএফৰ বিধায়ক আমিনুল ইছলাম, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালা, দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন আৰু আন প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত পৰিয়ালক গটাই দিয়া হয়।

পূৰ্বতে স্থানীয় ৰাইজে মন্ত্ৰীয়ে এক কালীন সাহায্য ঘোষণা নকৰিলে মৃতদেহ চমজি নোলোৱাৰ স্থিতি গ্ৰহণ কৰিছিল।

আনহাতে আজি ৰাতিপুৱাৰ ভাগত ৰকিবুল হুছেইনৰ নেতৃত্বত যোৱা কংগ্ৰেছ বিধায়িনী দলৰ এটি প্ৰতিনিধি দলে দৰং জিলাৰ উপায়ুক্তক তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰি নিহত ব্যাক্তিৰ পৰিয়াললৈ ক্ষতিপূৰণ দিয়া আৰু ধূলা কাণ্ডৰ ন্যায়িক তদন্ত বিচাৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

ইয়াৰ মাজতে বৃহস্পতিবাৰে ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিলম্বিত উপ পৰিদৰ্শক ৰঞ্জিত হাজৰিকাক গ্ৰেপ্তাৰ কৰা হয় আৰু আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

দৰঙৰ জিলা দণ্ডাধীশে তদন্তৰ নিৰ্দেশ দিয়া অতিৰিক্ত জিলা দণ্ডাধীশ নৰনাৰায়ন নাথে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু শুকুৰবাৰৰ পৰা সাক্ষীৰ শুনানি লিপিবদ্ধ কৰিবলৈ জাননী জাৰি কৰিছে।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm
এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

September 15, 2025 5:38 pm
অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

September 15, 2025 5:09 pm
১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm
এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

September 15, 2025 5:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd