• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ধৰ্ষণকাৰী পেমা খান্দু !’ : মুখ্য মন্ত্ৰীকে ধৰি তিনিজনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ অৰুণাচলী মহিলাৰ

ৰাজীব ৰয় by ৰাজীব ৰয়
February 15, 2018 11:17 pm
pema-khandu

পেমা খান্দু

143
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খান্দুৰ বিৰুদ্ধে উঠিছে ধৰ্ষণৰ বিস্ফোৰক অভিযোগ।

অৰুণাচলৰ পশ্চিম চিয়াং জিলাৰ এগৰাকী মহিলাই ৰাষ্ট্ৰীয় মহিলা আয়োগত আজি পেমা খান্দু আৰু অন্য দুজন লোকে তেওঁক ধৰ্ষণ কৰা বুলি অভিযোগ দাখিল কৰিছে।

অভিযোগকাৰীৰ উকীল ৰশ্মি ভাতিয়ে নতুন দিল্লীত কয়, ‘মোৰ মক্কেলে মুখ্য মন্ত্ৰী পেমা খান্দুৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে। এইটো ২০০৮ চনৰ ঘটনা। আৰক্ষী আৰু আদালতৰ কাষ চপা সত্বেও তেওঁৰ অভিযোগ পঞ্জীয়ন নকৰিলে। আমি মহিলা আয়োগক তেওঁৰ অভিযোগটো দাখিল কৰিছো।’

মহিলাগৰাকীয়ে ২০০৮ চনত বৰ্তমানৰ মুখ্য মন্ত্ৰী খান্দুকে ধৰি তিনিজন লোকে তেওঁক দলবদ্ধ ধৰ্ষণ কৰা বুলি অভিযোগ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।

মহিলাগৰাকীয়ে খান্দু, টাৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ফুৰ্পা লামা থুম্পিন তাচি আৰু দৰ্জি ৱাঞ্চুৰ বিৰুদ্ধে ২০০৮ চনৰ জুলাইত তেওঁক ধৰ্ষণ কৰা বুলি অভিযোগ কৰিছে।

অভিযোগকাৰীগৰাকীয়ে কয় যে ইটানগৰ আৰক্ষী থানালৈ খান্দুৰ বিৰুদ্ধে গোচৰ দিবলৈ আহিবলৈ সাহস গোটোৱাৰ পূৰ্বে তেওঁ দীৰ্ঘদিন ধৰি তীব্ৰ মানসিক যন্ত্ৰণা ভুঞ্জিছিল।

অভিযোগকাৰীগৰাকীয়ে জনোৱা মতে তেওঁৰ ঘৰ অৰুণাচলৰ পশ্চিম চিয়াং জিলাৰ দৰ্জেলিং গাঁৱত আৰু টাৱাঙলে তেওঁ চাকৰি বিচাৰি আহিছিলে।

মহিলাগৰাকীয়ে দাবী কৰা মতে প্ৰথমে তেওঁ থুৰ্পা লামাৰ সংস্পৰ্শলৈ আহে। লামাই তেওঁক টাৱাং আৱৰ্ত ভৱনত ‘কেইজনমান শক্তিশালী ব্যক্তিক’ লগ কৰিবলৈ মাতে। আয়োগক দিয়া অভিযোগত মহিলাগৰাকীয়ে দাবী কৰে যে তেওঁক ঠাণ্ডা পানীয়ৰ সৈতে নিচাযুক্ত কিবা দ্ৰব্য মিহলাই খাবলৈ দিয়াত তেওঁ অচেতন হৈ পৰে।

তেওঁ জনোৱা অনুসৰি ‘মোক তিনিজন লোকে ধৰ্ষণ কৰে। মই জ্ঞান ঘূৰাই পাই এজন লোকে মোক ধৰ্ষণ কৰি থকা দেখো। তেওঁ নিজকে কৰ্নেল পেমা খান্দু বুলি চিনাকি দিছিল। মই বাধা দিয়াৰ চেষ্টা কৰাত তেওঁ মোক জোৰেৰে চৰ শোধায়।’

মহিলাগৰাকীয়ে খান্দু আৰু তেওঁৰ সতীৰ্থ কেইজনৰ বিৰুদ্ধে অভিযোগ কৰাৰ বাবে সাহস গোটাবলৈ তেওঁক বহু দিন লগা বুলি সদৰী কৰে।

Recent News

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস পালন: নতুন উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ, মুখপত্ৰ দাপোণ উন্মোচন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস পালন: নতুন উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ, মুখপত্ৰ দাপোণ উন্মোচন

ৰাইজৰ দলত বৃহৎ যোগদান কার্যসূচী: তৃণমূল কংগ্ৰেছৰ সদ্য পদত্যাগী ৰাজ্যিক সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰে যোগ দিলে ৰাইজৰ দলত

ৰাইজৰ দলত বৃহৎ যোগদান কার্যসূচী: তৃণমূল কংগ্ৰেছৰ সদ্য পদত্যাগী ৰাজ্যিক সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰে যোগ দিলে ৰাইজৰ দলত

দিনযোৰা কাৰ্যসূচীৰে ৰাজীৱ ভৱনত পৰ্যালোচনা সভাপতি গৌৰৱ গগৈৰ : প্ৰকৃতাৰ্থত ‘জাতি জনগণনা’ কৰিবলৈ চৰকাৰক আহ্বান

দিনযোৰা কাৰ্যসূচীৰে ৰাজীৱ ভৱনত পৰ্যালোচনা সভাপতি গৌৰৱ গগৈৰ : প্ৰকৃতাৰ্থত ‘জাতি জনগণনা’ কৰিবলৈ চৰকাৰক আহ্বান

মন্দিৰ চৌহদত খালে মাংস! ঘটনাক নিন্দা ভক্তগণৰ

মন্দিৰ চৌহদত খালে মাংস! ঘটনাক নিন্দা ভক্তগণৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd