• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁও এ ডি পি কলেজৰ হীৰক জয়ন্তী উপলক্ষে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন

মিণ্টু দাস by মিণ্টু দাস
May 26, 2018 10:49 pm
ADP College Nagaon
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঐতিহ্যমণ্ডিত নগাঁও জিলাৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে আজি অনুষ্ঠিত হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমন্বিতে প্ৰাক্তন শিক্ষাগুৰু আৰু বৰ্তমানৰ শিক্ষাগুৰুসকলো নষ্টালজিক হৈ পৰে।

মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, বিশিষ্ট ক্ৰীড়া সংগঠক সহজানন্দ ওজাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ সুৰজিত ভাগৱতীয়ে আদৰণি ভাষণেৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক সম্ভাষণ জনোৱাৰ লগতে মহাবিদ্যালয়খনৰ আগন্তুক হীৰক জয়ন্তীৰ প্ৰতি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ পৰা সকলো দিশতে সহায়-সহযোগিতা কামনা কৰে।

ইয়াৰ উপৰি মহাবিদ্যালয়খনৰ সমন্বয়ক তথা বিশিষ্ট শংকৰী গৱেষক ড০ সঞ্জীৱ কুমাৰ বৰকাকতী আৰু শিক্ষক গোটৰ সম্পাদক ড০ সদানন্দ পায়েঙে অনুষ্ঠানটোৰ বছৰযোৰা কৰ্মসূচী সন্দৰ্ভত বিষদভাৱে উপস্থাপন কৰে।

হীৰক জয়ন্তীৰ কৰ্মসূচীসমূহৰ ভিতৰত মুখাশিল্প আৰু সাঁ‌চিপতীয়া শিল্পৰ কৰ্মশালা, তৰ্ক প্ৰতিযোগিতা, হীৰক জয়ন্তীৰ স্মৃতিত প্ৰৱেশদ্বাৰ নিৰ্মাণ, আনন্দৰাম ঢেকিয়াল ফুকনৰ পূৰ্ণৰূপৰ প্ৰতিমূৰ্তি নিৰ্মাণ, নবেল বঁ‌টা বিজয়ী বাংলাদেশৰ অধ্যাপক মঃ ইউনুছক নিমন্ত্ৰণ, ভাওনা আৰু নাটক মঞ্চস্থ আদি উল্লেখযোগ্য বুলি বিবেচিত হৈছে।

জ্যেষ্ঠ অধিবক্তা তথা প্ৰাক্তন ছাত্ৰ আব্দুল হাচিম খণ্ডকাৰে শেষৰফালে সভাপতিত্ব কৰা সভাখনত মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ, শিক্ষাবিদ ড০ নৱ কুমাৰ মহন্ত, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ হবিবুৰ ৰহমান, শিক্ষাবিদ ড০ পীয়ুছ দেৱনাথ, তৰুণ দাস, মুৰুলী বৰুৱা, অধিবক্তা জাকিৰ হুছেইন ফৰাজীকে প্ৰমুখ্য কৰি বহু কেইজন প্ৰাক্তন ছাত্ৰই হীৰক জয়ন্তী সফলতাৰে পালন কৰাৰ বাবে বিভিন্ন উপদেশ আগবঢ়ায়।

প্ৰায় দুই শতাধিক লোক উপস্থিত থকা এই সভাতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ এখন সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি আগন্তুক সভা আহ্বান কৰিবলৈ পীয়ুছ দেৱনাথ, সমৰজিৎ ওজা আৰু দেৱজিৎ হাজৰিকাক লৈ এখন তদৰ্থ সমিতি গঠন কৰি দায়িত্ব অৰ্পণ কৰা হয়।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd