• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নতুন দিল্লীৰ গ্ল’বেল কাৰ্নিভেললৈ নাগা লোকসংগীত শিল্পী মাচাংৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 23, 2018 5:21 pm
মাচাংৱা লগত পুত্ৰ চাকা

মাচাংৱা লগত পুত্ৰ চাকা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ যশস্বী নাগা লোকসংগীত শিল্পী ৰিউবেন মাচাংৱাই নতুন দিল্লীৰ নৱৰস ড্যুৱেণ্ডা গ্ল’বেল কাৰ্নিভেলত সংগীত পৰিৱেশন কৰিব। ২৩ৰ পৰা ২৫ ফেব্ৰুৱাৰিলৈকে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত এই উৎসৱ অনুষ্ঠিত হ’ব।

মনিপুৰৰ উখ্ৰুল জিলাৰ চ্চৈথাৰ গাঁৱৰ শিল্পীগৰাকী পৰম্পৰাগত ‘হাও সংগীত’ৰ এগৰাকী বাটকটীয়া। মাচাংৱা মণিপুৰৰ টাংখুল নাগাসকলৰ লোকগীতসমূহক বিশ্বজুৰি জনপ্ৰিয় কৰি তোলাৰ বাবে জনাজাত। মাচাংৱাই তেওঁৰ সংগীতত পশ্চিমীয়া গীটাৰৰ লগতে পৰম্পৰাগত টাংখুল লোকবাদ্যসমূহৰ বহুল ব্যৱহাৰ কৰি আহিছে।

এদশকজোৰা প্ৰচেষ্টাৰে মাচাংৱাই পৰম্পৰাগত তাঁৰবাদ্য ‘টিংতেলিয়া’ক আধুনিক পশ্চিমীয়া বাদ্যৰ সৈতে সংগত কৰিব পৰাকৈ বিকশাই তোলে। কণমানি পুত্ৰ চাকাৰ সৈতে তেওঁ ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন ঠাইত ‘সংগীতৰ ভাষা বিশ্বজনীন’ বাণী বিয়পাই অনুষ্ঠান পৰিৱেশন কৰি আহিছে।

ইতিমধ্যে কেইবাটাও এলবাম মুকলি কৰা মাচাংৱা আৰু তেওঁৰ সংগীতৰ ওপৰত নিৰ্মিত ‘Songs of Mashanva’ তথ্যচিত্ৰখনেও দেশে-বিদেশে বহুকেইটা সন্মান পাবলৈ সক্ষম হৈছে।

নাগাৰ বব ডিলানৰূপে জনাজাত মাচাংৱাই মেঘালয়ৰ লু মাজাও আৰু দিল্লীৰ বেণ্ড আদৱাইটাৰ সৈতে একেলগে নতুন দিল্লীত হ’ব লগা উৎসৱটোৰ ‘Instincts’ শীৰ্ষক অনুষ্ঠানটোত ভাগ ল’ব।

উল্লেখযোগ্য যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৪০০ তকৈও অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব লগা নৱৰস ড্যুৱেণ্ডা গ্ল’বেল কাৰ্নিভেল শিল্প আৰু বিনোদনৰ এনেধৰণৰ দেশৰ ভিতৰতে প্ৰথমতো অনুষ্ঠান। উৎসৱটোত অপেৰা, জেজ, শাস্ত্ৰীয়, লোকস্ংগীত আদি বিভিন্ন শৈলীৰ সংগীতৰ লগতে সমগ্ৰ বিশ্বৰ বিভিন্ন চলচ্চিত্ৰও প্ৰদৰ্শিত হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

September 8, 2025 4:56 pm
অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দল জাতীয় গণ মঞ্চৰ

অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দল জাতীয় গণ মঞ্চৰ

September 8, 2025 4:47 pm
উদ্বোধনৰ পূৰ্বে  ৯৯.৭% বিশুদ্ধ বাঁহৰ ইথানল সফলতাৰে উৎপাদন কৰিবলৈ সক্ষম নুমলীগড় জৈৱ শোধনাগাৰ

উদ্বোধনৰ পূৰ্বে ৯৯.৭% বিশুদ্ধ বাঁহৰ ইথানল সফলতাৰে উৎপাদন কৰিবলৈ সক্ষম নুমলীগড় জৈৱ শোধনাগাৰ

September 8, 2025 4:15 pm
দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব চিপিআই(এম)ৰ সাধাৰণ সম্পাদক এম এ বেবী

দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব চিপিআই(এম)ৰ সাধাৰণ সম্পাদক এম এ বেবী

September 8, 2025 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

September 8, 2025 4:56 pm
অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দল জাতীয় গণ মঞ্চৰ

অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দল জাতীয় গণ মঞ্চৰ

September 8, 2025 4:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd