কালি নলবাৰী চহৰত থকা ‘শান্তি নিবাস অনাথ আশ্ৰম’ত ১০৮ বাহিনীৰ এটা দল উপস্থিত হৈ আশ্ৰমখনৰ আবাসী শিশু, কিশোৰ আৰু বৃদ্ধাক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰে। বিভিন্ন সময়ত ১০৮ বাহিনী সময়মতে ঘটনাস্থলীত উপস্থিত হ’ব নোৱাৰাৰ অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে নলবাৰী ১০৮ এম্বুলেঞ্চ সেৱাত জৰিত এচামে দাঙি ধৰিছে মানৱতাৰ নিদৰ্শন। এনেকুৱা এক নিদৰ্শন দাঙি ধৰিছে এম্বুলেন্স সেৱাৰ নলবাৰীৰ বিষয়া ৰাজীৱ হুছেইনৰ নেতৃত্বত অহা এটি দলে। জ্যেষ্ঠ সাংবাদিক মজিবুৰ ৰহমানৰ সঞ্চালনাত চলা স্বাস্থ্য পৰীক্ষা শিবিৰত এম্বুলেন্স সেৱাৰ গোটটোৱে আশ্ৰমৰ সকলো আবাসীকে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰে। দিনে নিশাই ৰাইজৰ স্বাৰ্থত কাম কৰি যোৱা তথা চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত কোনো গাফিলতি নকৰা এই সকল বিষয়া কৰ্মচাৰীৰ পদক্ষেপক নলবাৰীবাসীয়ে প্ৰশংসা কৰিছে।
নলবাৰীত ১০৮ মৃত্যুঞ্জয় বাহিনীৰ অনাথ আশ্ৰমৰ আৱাসীক বিনামূলীয়া চিকিৎসা প্ৰদান
-
By NE NOW NEWS
- Categories: অসম
Related Content
পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ, ধৰ্মীয় অনুভুতিত আঘাতৰ অভিযোগ
By
এন ই নাও নিউজ ব্যৰো:
May 18, 2024 9:58 am
যাত্ৰীবাহী চলন্ত বাছত অগ্নিকাণ্ড; ৮ জনৰ মৃত্যু, ২৪ জন আহত, তীৰ্থ কৰি উভতি অহাৰ সময়তে দুৰ্ঘটনা
By
এন ই নাও নিউজ ব্যৰো:
May 18, 2024 9:46 am
"সংবাদ মাধ্যম নিৰপেক্ষ নহয়, সেয়ে সংবাদমেল অনুষ্ঠিত নকৰো"! প্ৰধানমন্ত্ৰী মোদীয়ে কি ক’ব বিচাৰিছে?
By
এন ই নাও নিউজ ব্যৰো:
May 18, 2024 8:48 am
IPL 2024: ৰোহিতৰ ধুমুহা স্তব্ধ কৰি সান্তনাৰ জয় লক্ষ্ণৌৰ! শামুকৰ খোলা হৈ ৰ’ল হাৰ্দিকৰ মুম্বাই
By
এন ই নাও নিউজ ব্যৰো:
May 18, 2024 7:56 am
পেয়িং গেষ্টৰ কোঠাত উদ্ধাৰ অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ মৃতদেহ : হত্যাৰ সন্দেহ পৰিয়ালৰ
By
এন ই নাও নিউজ ব্যৰো:
May 18, 2024 8:02 am
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক উচ্চাকাংক্ষাৰ পৰিণামস্বৰূপে মূল্যবৃদ্ধিত ছটফটাবলগীয়া হৈছে অসমৰ জনতাইঃ ভূপেন বৰা
By
এন ই নাও নিউজ ব্যৰো:
May 17, 2024 7:58 pm