• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগালেণ্ডৰ ওৱাখাৰ অনিৰ্দিষ্টকালীন বন্ধ সাময়িকভাৱে স্থগিত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 19, 2017 10:54 am
107
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ ওৱাখাত অল কমাৰ্চিয়েল ভেহিকুল এচোচিয়েছনে (এচিভিএ) আন স্থানীয় সংগঠনেৰে মিলি এনএছচিএন(আইএম)ৰ সদস্যই তেওঁলোকক বাহনৰ বাৰ্ষিক কৰ আদায় নিদিয়াৰ বাবে টেক্সিসমূহৰ চাবি জব্দ কৰি নিয়াৰ প্ৰতিবাদত সোমবাৰৰ পৰা আহ্বান দিয়া অনিৰ্দিষ্টকালীন বন্ধ সাময়িকভাৱে স্থগিত ৰখা হৈছে। লথা হালোৰ তৰফৰ পৰা উৎসৱকালীন সময়ৰ বাবে জনোৱা অনুৰোধৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

অৱশ্যে, সোমবাৰে বন্ধৰ কাৰ্যসূচী শান্তিপূৰ্ণভাৱে পালন হয় আৰু সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকে।  যান-বাহনৰ চলাচল বন্ধ থকাৰ বাবে গোটেই ৰাজপথ খালী হৈ থাকে আৰু ৰাস্তাত মাথোঁ বন্ধ সমৰ্থকসকলকহে তহল দি থকা দেখা যায়।

এচিভিএ ৰ ওৱাখা গোট, অল নাগালেণ্ড টেক্সি এচোচিয়েছনৰ ওৱাখা গোট, ওৱাখা জিলা অটোৰিক্সা ইউনিয়ন, মিনি ট্ৰাক ইউনিয়ন, টাটা ম’বাইল ইউনিয়ন, ওৱাখা জিলা চেম্বাৰ্ছ অফ কমাৰ্ছ এণ্ড ইণ্ডাষ্ট্ৰি, লোথা ষ্টুডেন্টছ ইউনিয়ন, লোথা ইউথ হোহো,লোথা এলই হোহো, ওৱাখা জিলা এন্টাৰপ্ৰিনিউৰ এচোচিয়েছন,এচিএইউটি আৰু লোথা হোহোৰ সমন্বয় সমিতিৰ এখন বৈঠকত লোথা হোহোৰ পৰামৰ্শ অনুসৰি উৎসৱকালীন সময়ৰ প্ৰতি লক্ষ্য ৰাখি অনিৰ্দিষ্টকালীন বন্ধৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা হয়।

সংগঠনকেইটাই এনএছচিএন (আইএম) ক চাবি ঘুৰাই দিয়াৰ বাবে ৪৮ ঘন্টা সময়সীমা দিছে। ইয়াৰ অন্যথা সংগঠনসমূহে এনএছচিএন(আইএম) ৰপৰা সকলো সহযোগিতা প্ৰত্যাহাৰ কৰিব।

Recent News

হঠাৎ যুদ্ধবিৰতি! ‘সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰি ব্যাখ্যা দিয়ক’, মোডীক দাবী জনালে বিৰোধীয়ে

হঠাৎ যুদ্ধবিৰতি! ‘সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰি ব্যাখ্যা দিয়ক’, মোডীক দাবী জনালে বিৰোধীয়ে

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd