• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব বিধেয়কক লৈ কেন্দ্ৰক সমালোচনা মিজোৰামৰ মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 9, 2018 2:10 pm
Lal-Thanhawla-330x200-678x381
100
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে নাগৰিকত্ব বিধেয়কক লৈ মিজোৰামৰ মুখ্য মন্ত্ৰীয়ে কেন্দ্ৰক সমালোচনা কৰিছে। মিজোৰামৰ মুখ্য মন্ত্ৰী লাল থানহাৱালাই নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৮ক এটা বহিৰাগত বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ লোকক নাগৰিকত্ব প্ৰদান কৰাৰ কেন্দ্ৰৰ প্ৰয়াস বুলি অভিহিত কৰাৰ পাছত বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে চলি থকা আন্দোলনে আশানুৰূপ সমৰ্থন লাভ কৰিছে।

আইজলত থকা কংগ্রেছ ভৱনত আয়োজিত এখন ৰাজনৈতিক অধিৱেশত ভাষণ প্ৰদান কৰি মিজোৰামৰ মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে  মুছলীম আৰু খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদান কৰাৰ অভিপ্ৰায় নাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ।

মিজোৰামৰ মুখ্য মন্ত্ৰীয়ে কয়, ‘প্ৰস্তাৱিত বিধেয়কখনত আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা অবৈধ হিন্দু প্ৰব্ৰজনকাৰীসকলক নাগৰিকত্ব প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছে। কোনো মুছলীম বা খ্ৰীষ্টিয়ান অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদান কৰাৰ অভিপ্ৰায় নাই কেন্দ্ৰ চৰকাৰৰ।’

তেওঁ কয় যে তেওঁৰ চৰকাৰে প্ৰথমৰ পৰাই এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি আহিছে।

তেওঁ আৰু কয় যে বিজেপি দল আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিকোপতি কোনো প্ৰতিশ্ৰুতি পালন কৰা নাই। বিজেপি চৰকাৰে কৃষকৰ কষ্টকৰ জীৱনৰ প্ৰতিও চৰম উদাসীনতা অৱলম্বন কৰিছে বুলিও কেন্দ্ৰক দোষাৰোপ কৰিছে মিজোৰামৰ মুখ্য মন্ত্ৰী গৰাকীয়ে।

ইয়াৰ পূৰ্বে মিজোৰামৰ শীৰ্ষতম ছাত্ৰ সংগঠন মিজো ঝিৰলাই পাওলৰ সভাপতি এল ৰামদিনলিয়ানা ৰেনথলেইয়ে কৈছিল যে এই বিধেয়কখন অইনত পৰিণত হ’লে মিজোৰ জনগাঁথনিত বিৰুপ প্ৰভাৱ পৰিব, কাৰণ মিজোৰামত চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ পৰা অহা বহুতো অনুপ্ৰৱ্শকাৰী আশ্ৰয় লৈ আছে।

মিজোৰামৰ  নাগৰিক সমাজ সন্থাসমূহৰ সমন্বয়ক সমিতিয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী ৰাজনাথ সিং, আৰু নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ যুটীয়া সংসদীয় সমিতিক প্ৰস্তাৱিত বিধেয়কখনৰ বিৰূদ্ধে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।

Recent News

তামিলনাডুৰ শিক্ষা পুঁজিৰ দাবী: জৰুৰী শুনানি অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে

তামিলনাডুৰ শিক্ষা পুঁজিৰ দাবী: জৰুৰী শুনানি অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে

কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত বিস্ফোৰণ! খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ উপস্থিত হয় ভাৰতীয় যুদ্ধজাহাজ, প্ৰেৰণ কৰা হৈছে নৌসেনাৰ বিমানো

কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত বিস্ফোৰণ! খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ উপস্থিত হয় ভাৰতীয় যুদ্ধজাহাজ, প্ৰেৰণ কৰা হৈছে নৌসেনাৰ বিমানো

পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব ১২ খনকৈ দেশৰ নাগৰিকে : নতুন নীতি ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব ১২ খনকৈ দেশৰ নাগৰিকে : নতুন নীতি ড’নাল্ড ট্ৰাম্পৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd