• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নুমলীগড়ৰ সমীপত দুটাকৈ বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 6, 2017 6:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত শেহতীয়াভাৱে চলি অহা হাতী-মানুহৰ ক্ৰমবৰ্ধিত সংঘাতৰ সময়তে গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী ৰাংচালি অঞ্চলৰ লখৌপাহাৰত উদ্ধাৰ হৈছে দুটাকৈ বনৰীয়া হাতীৰ মৃতদেহ। প্ৰাপ্ত তথ্য মতে, স্থানীয় ৰাইজে পুৱা এজনী প্ৰাপ্তবয়স্ক মাইকী হাতীৰ লগতে এটা প্ৰায় ৬ মহীয়া হাতী পোৱালিৰ মৃতদেহ দেখা পাই তৎক্ষণাত বন বিভাগক খবৰ দিয়ে। মন কৰিব লগীয়া যে উদ্ধাৰ হোৱা মাইকী হাতীজনী শুঁৰ কটা অৱস্থাত পোৱা গৈছে। জানিব পৰা মতে হাতী দুটাৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। বন বিভাগে হাতী দুটাৰ মৃতদেহ দুটাৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়ে। আনহাতে স্থানীয় ৰাইজে হাতী দুটা কেইবাদিনৰ পূৰ্বে মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ ব্যুৰো

এন ই নাও নিউজ ব্যুৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচল সীমান্তত পুনৰ উত্তেজনা!  ‘ভেঁকোভাওনা’ চৰকাৰৰ সীমা-বিবাদ সমাধানৰ দাবী

অৰুণাচল সীমান্তত পুনৰ উত্তেজনা!  ‘ভেঁকোভাওনা’ চৰকাৰৰ সীমা-বিবাদ সমাধানৰ দাবী

September 7, 2025 3:32 pm
ইতিহাস ৰচনা ভাৰতৰ অনুপৰ্ণা ৰায়ৰ, ৮২ সংখ্যক ভেনিচ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান অৰ্জন

ইতিহাস ৰচনা ভাৰতৰ অনুপৰ্ণা ৰায়ৰ, ৮২ সংখ্যক ভেনিচ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান অৰ্জন

September 7, 2025 3:15 pm
ৰহস্যৰ আৱৰ্তত গুৱাহাটীৰ বৰবাৰীৰ গেষ্ট হাউছত উদ্ধাৰ এটি নাবালক আৰু এজন যুৱকৰ মৃতদেহ

ৰহস্যৰ আৱৰ্তত গুৱাহাটীৰ বৰবাৰীৰ গেষ্ট হাউছত উদ্ধাৰ এটি নাবালক আৰু এজন যুৱকৰ মৃতদেহ

September 7, 2025 1:32 pm
জুবিন গাৰ্গক প্ৰতিভা প্ৰকাশৰ মঞ্চ দিছিল জয়ন্ত মল্লবৰুৱাই! মন্ত্ৰীৰ দাবীত নেটিজেনৰ মাজত হাঁহিৰ খোৰাক

জুবিন গাৰ্গক প্ৰতিভা প্ৰকাশৰ মঞ্চ দিছিল জয়ন্ত মল্লবৰুৱাই! মন্ত্ৰীৰ দাবীত নেটিজেনৰ মাজত হাঁহিৰ খোৰাক

September 7, 2025 1:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচল সীমান্তত পুনৰ উত্তেজনা!  ‘ভেঁকোভাওনা’ চৰকাৰৰ সীমা-বিবাদ সমাধানৰ দাবী

অৰুণাচল সীমান্তত পুনৰ উত্তেজনা!  ‘ভেঁকোভাওনা’ চৰকাৰৰ সীমা-বিবাদ সমাধানৰ দাবী

September 7, 2025 3:32 pm
ইতিহাস ৰচনা ভাৰতৰ অনুপৰ্ণা ৰায়ৰ, ৮২ সংখ্যক ভেনিচ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান অৰ্জন

ইতিহাস ৰচনা ভাৰতৰ অনুপৰ্ণা ৰায়ৰ, ৮২ সংখ্যক ভেনিচ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান অৰ্জন

September 7, 2025 3:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd