• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ত একেলগে শপত ল’লে ৯গৰাকী ন্যায়াধীশে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 1, 2021 11:53 am
90
VIEWS
Share on FacebookShare on Twitter

তিনিগৰাকী মহিলা ন্যায়াধীশকে ধৰি উচ্চতম ন্যায়ালয়ত একেলগে ৯গৰাকী ন্যায়াধীশে শপত গ্ৰহণ কৰিলে।

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে দেশৰ বিভিন্ন আদালতৰ ৯গৰাকী ন্যায়াধীশৰ নাম কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছিল। বৃহস্পতিবাৰে সেই তালিকাত ৰাষ্ট্ৰপতিয়ে চূড়ান্ত অনুমোদন জনায়।

ইয়াৰ পাছতে মঙলবাৰে এই ৯গৰাকী ন্যায়াধীশে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক শপত বাক্য পাঠ কৰোৱায় দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই।

আজি শপত গ্ৰহণ কৰা ন্যায়াধীশসকলৰ ভিতৰত আছে ৩গৰাকী মহিলা ন্যায়াধীশে। উচ্চতম ন্যায়ালয়ত এইদৰে একেলগে ইমান মহিলা ন্যায়াধীশ নিযুক্ত হোৱাটো এয়াই প্ৰথম।

সৰ্বোচ্চ আদলখনৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰা বি ভি নাগৰত্না ২০২৭চনৰ ছেপ্টেম্বৰত দেশৰ প্ৰথমগৰাকী মহিলা হিচাপে মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হোৱাৰ দৌৰত আছে।

ন্যায়ধীশ নাগৰত্নাৰ বাহিৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰা আন দুগৰাকী মহিলা ন্যায়াধীশ হ’ল তেলেংগানাৰ হিমা কোহলি আৰু গুজৰাটৰ বেলা এম ত্ৰিবেদী।

সেইদৰে, আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰা আন ন্যায়াধীশকেইগৰাকী হ’ল অভয় শ্ৰীনিবাস ওকা (কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল), বিক্ৰম নাথ (গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল), জিতেন্দ্ৰ কুমাৰ মহেশ্বৰী (ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল), চি টি ৰৱিকুমাৰ (কেৰেলা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল) আৰু এম এম
সুন্দৰেশ (কেৰেলা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল)।

Recent News

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd