• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰাক্তন আলফা নেত্ৰী বেবী মৰাণৰ চিকিৎসাৰ দ্বায়িত্ব ল’লে নাজিৰা হিউমেন ৱেলফেয়াৰ ছ’চাইটিয়ে

এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : by এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
November 20, 2017 9:24 am
175
VIEWS
Share on FacebookShare on Twitter

এসময়ৰ বিপ্লবী কণ্ঠৰ অধিকাৰী বেবী মৰাণ বৰ্তমান মানসিকভাৱে বিকাৰগ্ৰস্ত এগৰাকী মহিলা। আজি আলফা নেতা জিতেন দত্তৰ সহযোগত নাজিৰা হিউমেন ৱেলফেয়াৰ ছ’চাইটিৰ এটি দল উপস্থিত হয় বেবী মৰাণৰ বাসগৃহত। মোহনবাৰী তিতাডিমৰু গাঁৱৰ জীয়ৰী বেবীয়ে ‘জয় আই অসম’ ধ্বনিৰে মুখৰিত কৰি তুলিছিল অসমৰ আকাশ-বতাহ। বৰ্তমান সময়ত বেবীয়ে মানসিক ভাৰসাম্য হেৰুৱাইছে যদিও পাহৰা নাই ‘জয় আই অসম’ ধ্বনি। ভূটানত সেনাৰ অলক্লিয়াৰ অপাৰেইশ্যনত সেনাৰ হাতত বন্দী হৈ শাৰিৰীক-মানসিক নিৰ্যাতনৰ বলি হৈ মানসিক ভাৰসাম্য হেৰুওৱা বেবীয়ে বৰ্তমানো ভুনভুনাই থাকে বিপ্লৱী শ্ল’গান। আজি নাজিৰাৰ হিউমেন ৱেলফেয়াৰ ছ’চাইটিৰ মানসিক চিকিৎসা আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ নিয়া হ’ব বেবী মৰাণক। ছ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমত বেবীৰ কাহিনী প্ৰচাৰৰ পিছতে তৎপৰ হৈ পৰা দেখা গ’ল আলফা নেতা জিতেন দত্তৰ লগতে বহু জাতীয়তাবাদী দল সংগঠনৰ নেতাক।

Recent News

অৰ্ধশতাধিক চিজাৰিয়ান অস্ত্ৰোপচাৰ কৰা অসমৰ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

অৰ্ধশতাধিক চিজাৰিয়ান অস্ত্ৰোপচাৰ কৰা অসমৰ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

অপসাৰণ অনিবাৰ্য! নগদ ধনৰ গোচৰত অভিযুক্ত ন্যায়াধীশ বাৰ্মাৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

অপসাৰণ অনিবাৰ্য! নগদ ধনৰ গোচৰত অভিযুক্ত ন্যায়াধীশ বাৰ্মাৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

উত্তৰাখণ্ডৰ পাছত হিমাচলতো বানৰ প্ৰাদুৰ্ভাৱ, জাহ গ’ল দলং! ৪০০ পৰ্যটকক জিপলাইনেৰে উদ্ধাৰ

উত্তৰাখণ্ডৰ পাছত হিমাচলতো বানৰ প্ৰাদুৰ্ভাৱ, জাহ গ’ল দলং! ৪০০ পৰ্যটকক জিপলাইনেৰে উদ্ধাৰ

অসমৰ ভাৰতীয় বন সেৱাৰ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে বনাঞ্চলত অবৈধ নিৰ্মাণকাৰ্যৰ গুৰুতৰ অভিযোগ

অসমৰ ভাৰতীয় বন সেৱাৰ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে বনাঞ্চলত অবৈধ নিৰ্মাণকাৰ্যৰ গুৰুতৰ অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd