• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাংলাদেশৰ ঢাকাত পৰিৱেশিত হ’ব অসমৰ সত্ৰীয়া নৃত্য

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2018 10:54 pm
223
VIEWS
Share on FacebookShare on Twitter

ব্যতিক্ৰম মাসডোৰ উদ্যোগত তথা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু ফ্ৰেণ্ডছ অব বাংলাদেশেৰ সহযোগত বাংলাদেশৰ ৰাজধানী ঢাকাত পৰিৱেশিত হ’ব অসমৰ সত্ৰীয়া নৃত্য ।

অহা ১১-১৪ এপ্ৰিললৈকে চলিব লগীয়া ‘মিলনৰ ছন্দত প্ৰাণৰ আনন্দ’ শীৰ্ষক অনুষ্ঠাটোত পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামীৰ নেতৃত্বত অসমৰ পৰা এটা ৩০জনীয়া সত্ৰীয়া নৃত্যৰ দল যাব বুলি আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত ব্যতিক্ৰম মাসডোৰ সভাপতি সৌমেন ভাৰতীয়াই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ১১ এপ্ৰিলত ‘মিলনৰ ছন্দত প্ৰাণৰ আনন্দ’ অনুষ্ঠানৰ উদ্বোধন কৰিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাসিনাই। সেই অনুষ্ঠানত কবিতা আবৃত্তি কৰিব বাংলাদেশৰ সাংস্কৃতি মন্ত্ৰী আশাদুজ্জামান নুৰে। লগতে উপস্থিত থাকিব আনন্দ পুৰস্কাৰ প্ৰাপ্ত এমিৰেটাচ অধ্যাপক আনিচুজ জামান।

সেইদিনাই দ্বিতীয় পৰ্বত থাকিব অসমৰ ‘চণ্ডালিকা’ গোষ্ঠীৰ অনুষ্ঠান। এই প্ৰসঙ্গত পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামী দেৱে কয়, ‘সত্ৰীয়া নৃত্য আমাৰ ৰাজ্যৰ প্ৰধান নৃত্যশৈলী। অনেক শিল্পী এতিয়া সত্ৰীয়া নৃত্য শিকাৰ বাবে আগ্ৰহী। বাংলাদেশটো সত্ৰীয়া নৃত্য জনপ্ৰিয় হ’ব বুলি আমি আশা কৰিছো।’

Recent News

সন্মুখত লাঠি লৈ সোণম, পিছফালে ৰাজা; পোহৰলৈ আহিছে মেঘালয় কাণ্ডৰ ‘শেষ’ ভিডিঅ’

সন্মুখত লাঠি লৈ সোণম, পিছফালে ৰাজা; পোহৰলৈ আহিছে মেঘালয় কাণ্ডৰ ‘শেষ’ ভিডিঅ’

অ’বিচি প্ৰমাণপত্ৰ বাতিলৰ গোচৰ: মঙলবাৰে অন্তৱৰ্তীকালীন ৰায়দান দিব কলিকতা উচ্চ ন্যায়ালয়ে

অ’বিচি প্ৰমাণপত্ৰ বাতিলৰ গোচৰ: মঙলবাৰে অন্তৱৰ্তীকালীন ৰায়দান দিব কলিকতা উচ্চ ন্যায়ালয়ে

দক্ষিণ এছিয়া বডি বিল্ডিং প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন অৰুণাচলৰ হিলাং য়াজিকৰ, গঢ়িলে ইতিহাস

দক্ষিণ এছিয়া বডি বিল্ডিং প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন অৰুণাচলৰ হিলাং য়াজিকৰ, গঢ়িলে ইতিহাস

নতুন ঔষধ ‘অবিচেট্ৰাপিব’ৰ সফলতা! হৃদৰোগ আৰু কলেষ্টেৰলৰ সমস্যাত ভোগাসকললৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙণি

নতুন ঔষধ ‘অবিচেট্ৰাপিব’ৰ সফলতা! হৃদৰোগ আৰু কলেষ্টেৰলৰ সমস্যাত ভোগাসকললৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙণি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd