• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাক্সা জিলাৰ বৰমাত মডেল হস্পিতাল উদ্বোধন হাগ্ৰামা মহিলাৰীৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
June 14, 2018 9:44 pm
IMG-20180614-WA0010
119
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে ৩.৯ কোটি টকা ব্যয়ৰে বৰমাত নিৰ্মাণ কৰি উলিওৱা ৩০ খন বিছনাযুক্ত মডেল হস্পিতাল খন আজি  বি টি এডিৰ শীৰ্ষ পৰ্যায়ৰ নেতা তথা স্বাস্থ্য বিভাগৰ বিষয়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

বিটিচি প্ৰধান হাগ্ৰামাই চিকিৎসালয়খন উদ্বোধন কৰি কয় যে এই অঞ্চলৰ বাবে চিকিৎসালয় এখনৰ অতিকৈ প্ৰয়োজন আছিল। এই চিকিৎসালখনে বৰমা তথা কাষৰীয়া অঞ্চলৰ ৰোগীক যথেষ্ট পৰিমানে সহায় কৰিব। তাৰোপৰি তেওঁ কয় যে বৰ্তমান অসমত চিকিৎসকৰ অভাৱ হোৱা হেতুকে বৰ্তমান এই চিকিৎসালয়খনত এজনহে চিকিৎসক থাকিব।

আনহাতে আজিৰ এই চিকিৎসালয় উদ্বোধন কৰি হাগ্ৰামা মহিলাৰীয়ে বাক্সা জিলাৰ কোকলাবাৰীৰ দাওধৰাত ২৩ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া এটি সংগ্ৰাহালয়ৰো আধাৰশিলা স্থাপন কৰে। আধাৰশিলা অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, বিধায়ক থানেশ্বৰ বসুমতাৰী, বিধায়ক মনেশ্বৰ বড়োৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Recent News

ৰাজ্যসভা নিৰ্বাচনৰ বাবে অসম বিজেপিৰ প্ৰাৰ্থী ঘোষণা, কনাড পুৰকায়স্থক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ

ৰাজ্যসভা নিৰ্বাচনৰ বাবে অসম বিজেপিৰ প্ৰাৰ্থী ঘোষণা, কনাড পুৰকায়স্থক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ

দিনটোত ১০ ঘণ্টাৰ কৰ্মৰ সময়! অন্ধ্ৰ চৰকাৰে ৯ ঘণ্টাৰ পৰা বৃদ্ধি কৰিলে কামৰ সময়

দিনটোত ১০ ঘণ্টাৰ কৰ্মৰ সময়! অন্ধ্ৰ চৰকাৰে ৯ ঘণ্টাৰ পৰা বৃদ্ধি কৰিলে কামৰ সময়

বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰঃ পিছে সমালোচকে কি কয়?

বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰঃ পিছে সমালোচকে কি কয়?

ইছৰ’ৰ বাণিজ্যিক শাখা এণ্ট্ৰিক্সৰ বিৰুদ্ধে ১.২৯ বিলিয়ন ডলাৰৰ গোচৰ আগবঢ়াই নিয়াৰ নিৰ্দেশ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ

ইছৰ’ৰ বাণিজ্যিক শাখা এণ্ট্ৰিক্সৰ বিৰুদ্ধে ১.২৯ বিলিয়ন ডলাৰৰ গোচৰ আগবঢ়াই নিয়াৰ নিৰ্দেশ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd