• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বড়োলেণ্ডৰ দাবীত এবছুৰ দহ দিনীয়া অৰ্থনৈতিক অৱৰোধ ঘোষণা

এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : by এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
November 29, 2017 5:34 pm
119
VIEWS
Share on FacebookShare on Twitter

বড়োলেণ্ডৰ দাবীত এবছুৱে দহ দিনীয়া অৰ্থনৈতিক অৱৰোধ কাৰ্য্যসূচীৰ কথা ঘোষণা কৰিছে। এই কাৰ্য্যসূচী অহা জানুৱাৰি মাহত কাৰ্য্যকৰী কৰা হ’ব বুলি জনাইছে সূত্ৰটোৱে। ইয়াৰ লগতে ছাত্ৰ সংগঠনটোৱে ডিচেম্বৰত ২৪ ঘণ্টীয়া ৰাষ্ট্ৰীয় পথ অৱৰোধৰ কাৰ্য্যসূচীও গ্ৰহণ কৰিব। সাংবাদিকৰ সন্মুখত এবছুৰ সভাপতি প্ৰমোদ বড়োৱে এই বুলি কয়, ‘আমি অতি শীঘ্ৰেই বড়োলেণ্ড সমস্যাটোৰ সমাধান বিচাৰো। আমি বহুকেইটা ত্ৰিপাক্ষিক আলোচনাত ভাগ ল’লো। কিন্তু একো কাম নহ’ল। আমি চৰকাৰৰ স্থিতিত সন্তুষ্ট নহয়।’ উল্লেখযোগ্য যে যোৱা ২৮ নৱেম্বৰত এবছু, এন ডি এফ বি (পি) আৰু পি জে এ চি বি এমে ঐক্যবদ্ধভাৱে দিল্লীৰ ৰামলীলা ময়দানত তেওঁলোকৰ দাবীৰ সমৰ্থনত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰিছিল।

বড়োলেণ্ডৰ দাবীত ৰাজঘাটৰ পৰা সংসদ মাৰ্গলৈ উলিওৱা শোভাযাত্ৰাৰ এক দৃশ্য।

সভাপতি বড়োৱে তেওঁৰ মন্তব্যত ভাৰতীয় সংবিধানৰ অধীনত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সোণকোষ নদীৰ পৰা বড়োলেণ্ড গঠন কৰা, প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত থকা বড়োসকলৰ ৰাজনৈতিক তথা ভূমিৰ অধিকাৰ নিশ্চিত কৰা আদি দাবী কৰে। সংগঠনকেইটাই তেওঁলোকৰ দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰধান মন্ত্ৰীক প্ৰদান কৰাৰ পূৰ্বে আজি ৰাজঘাটৰ পৰা সংসদ মাৰ্গলৈ (Parliament Street) এক বৃহৎ শোভাযাত্ৰা উলিয়ায়। তেওঁলোকে তেওঁলোকৰ দাবীৰ সমৰ্থনত তেজেৰে কৰা পাঁচলাখ চহীযুক্ত এক পত্ৰও প্ৰধান মন্ত্ৰীক প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।

 

Recent News

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd