• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহানগৰীৰ সত্যনাথ বৰা প্ৰেক্ষাগহত আজি অগপ দলৰ নাগৰিক সভা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2017 9:48 am
244
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কে ঐতিহাসিক  অসম চুক্তিক উলংঘা কৰি অসমীয়াৰ অস্তিত্ব বিপদাপন্ন কৰিবলৈ চেষ্টা চলোৱা  প্ৰসংগক লৈ আজি অগপ দলে মহানগৰীৰ সত্যনাথ বৰা প্ৰেক্ষাগৃহত এখনি নাগৰিক সভাৰ আয়োজন কৰিছে। এই নাগৰিক সভাত ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱি, শিক্ষাবিদ, অসম আন্দোলনৰ লগত জড়িত দল-সংগঠনৰ নেতৃবৃন্দ আৰু বিশিষ্ট নাগৰিক সকল উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

অগপ দলৰ সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতাই এক প্ৰেছ বিবৃত্তি যোগে জানিবলৈ দিয়া মতে নাগৰিকত্ব সংশোধনী বিধেয়কে অসমৰ অস্তিত্বৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিব। ইয়াৰ উপৰি তেওঁ উল্লেখ কৰে যে নাগৰিকত্ব সংশোধনী বিধেয়কে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া অপ্ৰাসংগিক কৰাৰ লগতে অসমৰ ভাষা সংস্কৃতিৰ প্ৰতিও তীব্ৰ ভাবুকি কঢ়িয়াই আনিব। তদুপৰি অসম গণ পৰিষদ দলে অসমীয়াৰ স্বাৰ্থৰ পৰিপন্থী এনে বিধেয়কৰ ক্ষেত্ৰত আপোচবিহীন স্থিতি অব্যাহত ৰাখিব আৰু ৰাজ্যৰ জনসাধাৰণৰ পৰামৰ্শ-সহযোগিতাৰে আগবাঢ়ি যাব বুলি তেওঁ প্ৰেছ বিবৃত্তিত উল্লেখ কৰে।

অৱশ্যে আজি অসম গণ পৰিষদৰ এটা দল কেন্দ্ৰীয় চৰকাৰৰ বিষয়-ববীয়াৰ সৈতে এক আলোচনাত মিলিত হ’বলৈ দিল্লী অভিমুখে ৰাওনা হ’ব বুলি জানিব পৰা গৈছে। প্ৰতিনিধিৰ দলটোৱে কেন্দ্ৰীয় চৰকাৰৰ বিষয়ববীয়া সকলক সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক খনে যে অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব সেই কথাও অবগত কৰিব।

Recent News

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

দিল্লীত এক পৈশাচিক ঘটনা! ছুটকেছৰ ভিতৰত উলংগ অৱস্থাত নাবালিকা

দিল্লীত এক পৈশাচিক ঘটনা! ছুটকেছৰ ভিতৰত উলংগ অৱস্থাত নাবালিকা

মাকক টকা নিদিয়াৰ বাবে হত্যা! পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

মাকক টকা নিদিয়াৰ বাবে হত্যা! পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

আমবাৰী আৰু দীঘলীপুখুৰী অঞ্চলত গছ কটা আৰু তথাকথিত “স্থানান্তৰ” প্ৰক্ৰিয়াৰ বিৰুদ্ধে সচেতন নাগৰিকৰ সংবাদমেল

আমবাৰী আৰু দীঘলীপুখুৰী অঞ্চলত গছ কটা আৰু তথাকথিত “স্থানান্তৰ” প্ৰক্ৰিয়াৰ বিৰুদ্ধে সচেতন নাগৰিকৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd