• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীৰ ৰতনপুৰ-নপমুৱা পথৰ শোচনীয় অৱস্থাৰ বাবে ব্যাপক সমস্যাৰ সন্মুখীন স্থানীৰ ৰাইজ, ছাত্ৰ-ছাত্ৰী

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
May 10, 2018 8:15 pm
141
VIEWS
Share on FacebookShare on Twitter

মাজুলীৰ ৰতনপুৰ- নপমুৱা পথটি এতিয়া এজাক বৰষুণ দিলেই যাতায়াতৰ অনুপযোগী হৈ পৰিছে। পথটোৰ অৱস্থা ইমানেই শোচনীয় হৈ পৰিছে যে পথটোৱে দি চাইকেল বা মটৰ চাইকেলেৰে যোৱাটো বাদেই খোজকাঢ়িও যাব নোৱাৰা অৱস্থা।

ফলত উজনি মাজুলীৰ কলনিবাৰী, নিকিনিখোৱা, গায়ন গাঁও, গ্ৰেজিং, চিনাতলি, উত্তৰ গায়ন গাঁও, আদৰ্শ দলনি, পনুৱা বাঁঘগাঁও আদি অঞ্চলৰ জনসাধাৰণ ভীষণ সমস্যাৰ সন্মুখীন হৈছে। লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলো বিদ্যালয়লৈ অহা-যোৱা কৰাত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে।

তাৰোপৰি ৰোগীক চিকিৎসালয়লৈ নিয়া, ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যোৱা তথা দৈনন্দিন জীৱন যাত্ৰাত অন্তৰায় হৈ পৰিছে বোকাময় পথছোৱা। পথৰ দুৰৱস্থাৰ বাবেই নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন, ৰতনপুৰ গায়ন প্ৰাথমিক বিদ্যালয়ৰ শ শ ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যোৱাৰ পৰা বিৰত থাকিব লগা হৈছে।

অঞ্চলটোৰ স্থানীয় একাংশ ক্ষুব্ধ লোকে শেহতীয়াকৈ পথছোৱা নিৰ্মাণৰ আবণ্টন পোৱা ঠিকাদাৰে সময়মতে খৰতকীয়াকৈ কাম নকৰি বৰ্তমান ভৰ বাৰিষাৰ দিনত নকৈ মাটি পেলোৱাৰ ফলতে পথছোৱা এনেদৰে বিপদসংকুল হৈ পৰিছে বুলি জানিবৈ দিয়ে।

Recent News

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনত অস্বীকাৰ: বিবাহ বিচ্ছেদৰ নিৰ্দেশ বম্বে উচ্চ ন্যায়ালয়ৰ

স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনত অস্বীকাৰ: বিবাহ বিচ্ছেদৰ নিৰ্দেশ বম্বে উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd