• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

 ‘মাতাম্‌গি মণিপুৰ’ চলচ্চিত্ৰৰ ওপৰত লিখা গ্ৰন্থক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সন্মান

সভাপতি চামম by সভাপতি চামম
April 14, 2018 3:37 pm
matamgi manipur
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ববি ৱাহেংবামৰ মাতাম্‌গি  মণিপুৰ : দ্য ফাৰ্ষ্ট মণিপুৰী ফিছাৰ ফিল্ম’ নামৰ চলচ্চিত্ৰৰ ওপৰত লিখা কিতাপখনক  শুকুৰবাৰে ঘোষণা কৰা ৬৫সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা-২০১৮ ৰ চলচ্চিত্ৰৰ ওপৰত লিখা সৰ্বশ্ৰেষ্ঠ গ্ৰন্থৰ বঁটা প্ৰদান কৰা হৈছে। এইবাৰ প্ৰথমবাৰৰ বাবে সন্মানীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ বঁটা এখন গ্ৰন্থক প্ৰদান কৰা হৈছে। পূৰ্বৰ দৰেই এইবাৰো মে’ মাহৰ ৩ তাৰিখে ৰাষ্ট্ৰপতিয়ে বিজয়ীসকলক সম্মানিত কৰিব।

এই কিতাপখনে মণিপুৰৰ আঞ্চলিক চলচ্চিত্ৰই জন্মলাভ কৰা সামাজিক-ৰাজনৈতিক পৰিৱেশৰ এটা স্পষ্ট ছবি তুলি ধৰিছে। চলচ্চিত্ৰখন নিৰ্মাণৰ সৈতে জড়িত দলটোৰ সপোন, প্ৰত্যাহ্বান, প্ৰস্তুতি, কাৰ্য সম্পাদন আৰু কৃতকৃৰ্যতাৰ এটা অনুভৱী ছবি তুলি ধৰিছে। চলচ্চিত্ৰখনৰ সমালোচনাত্মক বিশ্লেষণে কিতাপখনক অন্তৰ্দৃষ্টিসম্পন্ন আৰু প্ৰশংসাযোগ্য কৰি তুলিছে।

ববিয়ে মাতাম্‌গি মণিপুৰ প্ৰযোজনা হোৱাৰ পূৰ্বে চলচ্চিত্ৰৰ তত্ব, বিশ্বৰ চলচ্চিত্ৰ আৰু মণিপুৰী চলচ্চিত্ৰৰ এটা চমু বিশ্লেষণাত্মক প্ৰৱন্ধ লিখিছে।কিতাপখনত চলচ্চিত্ৰখনৰ নিৰ্মাণৰ আঁৰৰ কথা,  পটভূমিৰ কথা, আৰু প্ৰকাশ্য আৰু বোধগম্য দুয়োটা দিশেই আন্তৰিকভাৱে অধ্যয়ন কৰা হৈছে।

কিতাপখনত মণিপুৰত এতিয়ালৈকে চেলুলয়ডত নিৰ্মাণ কৰা চলচ্চিত্ৰসমূহৰ পৰিচালক আৰু প্ৰযোজকসহ এখন তালিকা দিয়া হৈছে। লগতে বিশিষ্ট চলচ্চিত্ৰসমূহৰ ওপৰত এক বা দুইশাৰি লিখাও হৈছে।

220px-Matamgi_Manipur astill from the film
মাতাম্গি মণিপুৰ চলচ্চিত্ৰখনৰ এটা স্থিৰচিত্ৰ

ববি ৱাহেইনবামক ৱাহেইনবাম সিং বুলিও জনা যায়। ৪৭ বছৰীয়া ববিয়ে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে বোম্বে বিশ্ববিদ্যালয়ৰ পৰা। ফিল্ম প্ৰযোজনাৰ ডিপ্লমা (এক্স আই চি মুম্বাই), চাৰ্টিফিকেট অন ফিল্ম এপ্ৰিচিয়েশ্যন (এফ টি আই আই, পুনে) লাভ কৰাৰ লগতে গ্যান কোৰেয়া, সঞ্জয় তালৰেজা, লানচা আৰু জাহ্নু বৰুৱাৰ সৈতে কাম কৰিছে।

চাৰি বছৰতকৈও অধিক কালৰ পৰা তেওঁ পিপ্‌ল’ছ ক্ৰনিক্‌ল নামৰ এখন দৈনিক ইংৰাজী কাকতত প্ৰতি দেওবাৰে নিয়মীতভাৱে চলচ্চিত্ৰৰ ওপৰত স্তম্ভ লেখক হিচাপে লিখা-মেলা কৰি আছে। মণিপুৰী ভাষাৰ পোকনাফাম, দ্য ছাগাই এক্সপ্ৰেছ, ইম্ফল ফ্ৰী প্ৰেছ, হউৱেইয়েন লানপাও আদিত তেওঁ ১৯৯৯ চনৰ পৰাই লেখা-মেলা কৰি আহিছে।

তেওঁৰ কিতাপ ‘মণিপুৰী চিনেমা: এ ৱৰ্ড অব ইট্‌ছ অওন’ হৈছে মণিপুৰী চলচ্চিত্ৰৰ ওপৰত লিখা সৰ্বশ্ৰেষ্ঠ কিতাপ। তেওঁক ২০১৬ চনৰ সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটাও প্ৰদান কৰা হৈছে।

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd