• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে উদ্বোধন কৰিলে টাৱাং টি টুৱেণ্টি চেম্পিয়নছ লীগ

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
March 24, 2018 10:04 pm
Arunachal Chief Minister_Cricket
111
VIEWS
Share on FacebookShare on Twitter

সুউচ্চ টাৱাঙত থকা ষ্টেডিয়ামত আজিৰ পৰা আৰম্ভ হোৱা জিলা পৰ্য্যায়ৰ ক্ৰিকেট টুৰ্নামেণ্ট টাৱাং টি টুৱেণ্টি চেম্পিয়নছ লীগ উদ্বোধন কৰে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে।

অৰুণাচল প্ৰদেশৰ ১৬ খন জিলাৰ আটাইতকৈ সৰু জিলাখনৰ মুঠ ১৫টা দলে অংশগ্ৰহণ কৰিব লগীয়া ক্ৰিকেট প্ৰতিযোগিতাখনত ভাৰতীয় সেনা বাহিনীৰো এটা দলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জনা গৈছে।

আজি মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে উদ্বোধনী ভাষণত সকলো দলকে শুভেচ্ছা জনোৱাৰ লগতে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা বাবে ভাৰতীয় সেনা বাহিনীৰ দলটোক প্ৰশংসা কৰে। তেওঁ কয় যে ই সেনা আৰু অসামৰিক লোকৰ মাজত সৌহাৰ্দ্য বৃদ্ধি কৰিব।

আনহাতে ষ্টেডিয়ামখনত উচ্চতাৰ বাবে ঘাঁহ গজোৱাটো কঠিন যদিও ইয়াৰ বাবে তেওঁ ক্ৰিকেটৰ বাবে দৰকাৰী কৃত্ৰিম ঘাঁহৰ পৃষ্ঠ গঢ় দিয়াত সহায় আগ বঢ়াব বুলি আশ্বাস দিয়ে।

উল্লেখযোগ্য যে টি টুৱেণ্টি প্ৰতিযোগিতাখন টাৱাং স্প’ৰ্টছ এছ’চিয়েশ্যনে আয়োজন কৰিছে আৰু মুখ্য মন্ত্ৰী, আৰ ডব্লিউ ডি সংসদীয় সচিব জাম্বেই তাচি আৰু টাৱাঙৰ বিধায়ক চেৰিং তাচিয়ে বিত্তীয় পৃষ্ঠপোষকতা আগ বঢ়াইছে।

Recent News

যুঁজাৰু বিমান অৱতৰণৰ বাবে উপযুক্ত ঘাইপথ নিৰ্মাণৰ ঘোষণা অসম চৰকাৰৰ

যুঁজাৰু বিমান অৱতৰণৰ বাবে উপযুক্ত ঘাইপথ নিৰ্মাণৰ ঘোষণা অসম চৰকাৰৰ

আকৌ নকল সোণৰ ৰমৰমীয়া বেহা : ধুবুৰীত ৮০০ গ্ৰাম নকল সোণ জব্দ, আটক ৩ সৰবৰাহকাৰী

আকৌ নকল সোণৰ ৰমৰমীয়া বেহা : ধুবুৰীত ৮০০ গ্ৰাম নকল সোণ জব্দ, আটক ৩ সৰবৰাহকাৰী

ৰে’লযাত্ৰীসকলৰ বাবে সুখবৰ: ১ জুলাইৰ পৰা যাত্ৰাৰ ৮ ঘণ্টা আগতেই যাত্ৰীয়ে লাভ কৰিব টিকট নিশ্চিতকৰণৰ তথ্য

ৰে’লযাত্ৰীসকলৰ বাবে সুখবৰ: ১ জুলাইৰ পৰা যাত্ৰাৰ ৮ ঘণ্টা আগতেই যাত্ৰীয়ে লাভ কৰিব টিকট নিশ্চিতকৰণৰ তথ্য

নতুন আঞ্চলিক গোট গঠনৰ দিশে আগবাঢ়িছে চীন-পাকিস্তান! ছাৰ্কৰ ঠাই লোৱাৰ সম্ভাৱনা…

নতুন আঞ্চলিক গোট গঠনৰ দিশে আগবাঢ়িছে চীন-পাকিস্তান! ছাৰ্কৰ ঠাই লোৱাৰ সম্ভাৱনা…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd