• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰত ১.২১ লাখ টকা মূল্যৰ ড্ৰাগছ জব্দ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 1, 2018 10:31 pm
PD-c-570x320

প্ৰতিনিধিত্বমূলক ফটো

203
VIEWS
Share on FacebookShare on Twitter

সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ বি,য়াসকলে বুধবাৰে মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাৰ নেত্ৰি গাঁৱৰ পৰা এক বিশাল পৰিমানৰ ফেন্সিডাইল কফ চিৰাপ জব্দ কৰে।

বিএছএফৰ বিষয়াসকলে কয় যে ফেন্সিডাইলেৰে সৈতে সন্দেহজনক চোৰাং বেপাৰীৰ গতি বিধি লক্ষ্য কৰি নেত্ৰিত নিয়োজিত হৈ থকা বিএছএফৰ বিষয়াসকলে চোৰাং বেহাৰ বিৰুদ্ধে অভিযান চলাই ফেন্সিডাইলখিনি জব্দ কৰিবলৈ সক্ষম হয়।

চোৰাং কাৰবাৰীসকলে ১.২১ লাখ টকা মূল্যৰ ফেন্সিডাইলখিনি চোৰাংভাৱে নেত্ৰিৰ পৰা বাংলাদেসলৈ নিয়াৰ পৰিকল্পনা কৰিছিল।

বিএছএফৰ বিষয়াসকলে কয় যে ড্ৰাগছখিনি কঢ়িয়াই অনা চোৰাং কৰাবাৰী কেইজন পলাই যাবলৈ সক্ষম হয়।

‘’ জোৱানসকলক দেখি সন্দেহযুক্ত চোৰাং কাৰবাৰীসকল ঘটনাস্থলীৰ পৰা পলায়ন কৰে। অৱশ্যে, বিএছএফৰ বাহিনীয়ে ১.২১ লাখ টকা মূল্যৰ ৯৫০ বটল ফেন্সিডাইল অঞ্চলটোৰ পৰা জব্দ কৰিবলৈ সক্ষম হয়। ফেন্সিডাইলখিনি বেপাৰীসকলে বাংলাদেশলৈ বুলি নিবলৈ পাং পাতিছিল যদিও সীমান্তৰ জোৱানসকলৰ তৎপৰতাৰ বাবে ড্ৰাগছখিনি জব্দ কৰিব পৰা গ’ল,’’- বিএছএফৰ বিষয়াসকলে কয়।

অনুমোদিত কম মাত্ৰাৰ ঔষধৰ বিপৰীতে ফেন্সিডাইল কফ চিৰাপ বাংলাদেশত বৃহৎ পৰিমানে সেৱন কৰা হয়।

মদ্যপান নিষিদ্ধ হোৱাৰ বাবে বাংলাদেশত ফেন্সিডাইল সেৱনৰ মাত্ৰা বৃদ্ধি পাইছে।

এইদৰে চোৰাং কাৰবাৰীসকলে বাংলাদেশলৈ ড্ৰাগছ সৰবৰাহ কৰি বিপুল পৰিমানৰ লাভ কৰিবলৈ সক্ষম হয়।

জব্দকৃত সামগ্ৰীসমূহ পৰৱৰ্তী  ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট বিভাগলৈ হস্তান্তৰ কৰা হৈছে।

Recent News

বিশ্বত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে ইছলাম ধৰ্মীয়লোকৰ সংখ্যা! বৃদ্ধি পাইছে নাস্তিকৰ সংখ্যাও

বিশ্বত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে ইছলাম ধৰ্মীয়লোকৰ সংখ্যা! বৃদ্ধি পাইছে নাস্তিকৰ সংখ্যাও

গুজৰাটৰ আহমেদাবাদ বিমানবন্দৰত লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

গুজৰাটৰ আহমেদাবাদ বিমানবন্দৰত লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

বিশ্ববিদ্যালয় চৌহদত গাড়ীত মৃত অৱস্থাত উদ্ধাৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ নশ্বৰ দেহ

বিশ্ববিদ্যালয় চৌহদত গাড়ীত মৃত অৱস্থাত উদ্ধাৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ নশ্বৰ দেহ

গাজাৰ সন্ত্ৰাস আৰু কিছু আনুষংগিক প্ৰশ্ন…

গাজাৰ সন্ত্ৰাস আৰু কিছু আনুষংগিক প্ৰশ্ন…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd