• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয়ৰ যুৱতী হত্যাৰ ঘটনাৰ বিতং তদন্তৰ নিৰ্দেশ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2018 1:02 pm
Meghalaya-girl-murder1-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে শুকুৰবাৰে দিল্লী আৰক্ষীক মেঘালয়ৰ ৰি ভই জিলাৰ ২৬ বছৰীয়া যুৱতী ৱানডালিন কঙোৰ হত্যাৰ বিতং তদন্ত কৰি অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ এক নিৰ্দেশ দিছে।

ইতিমধ্যে দক্ষিণ পশ্চিম দিল্লীৰ ভাড়াঘৰৰ শোৱনি কোঠাৰ পৰা উদ্ধাৰ কৰা ৱানডালিনৰ উৱলি যোৱা মৃতদেহটো নতুন দিল্লীত উপস্থিত হোৱা তেওঁৰ আত্মীয় আৰু খাচী জয়ন্তীয়া খ্ৰীষ্টিয়ান ফেল’শ্বিপে ৰাষ্ট্ৰীয় ৰাজধানীৰ দ্বাৰকা খ্ৰীষ্টিয়ান চেমেট্ৰিত সমাধিস্থ কৰে।

ইয়াৰ আগেয়ে বৃহস্পতিবাৰে আবেলি মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় যদিও ইয়াৰ প্ৰতিবেদন আৰক্ষীৰ তদন্তকাৰী দলৰ হাতত আহি পৰা নাই।

মৃতদেহটো বেয়াকৈ উৱলি যোৱাৰ বাবে আত্মীয়সকলে ঘৰলৈ অআনিব নোৱাৰিলে। আনকি তেওঁৰ মুখখনো চিনিব নোৱাৰা হৈ পৰিছিল আৰু তেওঁৰ আত্মীয়ই তেওঁৰ নখৰ পৰাহে চিনাক্ত কৰিবলৈ সক্ষম হৈছিল।

দিল্লী আৰক্ষীৰ উত্তৰ-পূবৰ প্ৰতিনিধিয়ে শেষ কৃত্য সম্পন্ন হৈ নোযোৱালৈকে আত্মীয়সকলৰ সৈতে থাকে। উত্তৰ-পূব দিল্লী আৰক্ষীৰ উপ পৰিদৰ্শক আৰু মেঘালয় আৰক্ষীৰ এটি দলো উপস্থিত আছিল।

meghalya-girl

আৰক্ষীৰ মতে প্ৰাথমিক অনুসন্ধানত এইটো হত্যাৰ ঘটনা বুলিয়েই প্ৰতীয়মান হৈছে কিয়নো মুখখনৰ একাংশ চিনিব নোৱাৰা কৰা হৈছিল। ইয়াৰ মাজতে বসন্ত বিহাৰ আৰক্ষী থানাত এটা হত্যাৰ গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে লগতে জনায় যে মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতহে তেওঁৰ ওপৰত যৌন নিৰ্যাতন হৈছিল নে নাই সেয়া নিশ্চিত কৰিব পৰা যাব।

মেঘালয়ৰ এই যুৱতীগৰাকী গুৰগাঁৱৰ এটি কল চেন্টাৰৰ কৰ্মচাৰী আছিল। তেওঁ দক্ষিণ পশ্চিম দিল্লীৰ মুৰ্নিকাত এজন পুৰুষৰ সৈতে এটা এপাৰ্টমেন্টত থাকিবলৈ লৈছিল। যুৱতীগৰাকীয়ে ঘৰৰ মালিকক পুৰুষজন তেওঁৰ আত্মীয় বুলি পৰিচয় দিছিল।

অৱশ্যে, ব্যক্তি গৰাকী এতিয়া পলাতক আৰু আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ ব্যাপক অভিযান চলাইছে।

ইয়াৰ মাজতে মেঘালয়ৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী এ এল হেকে বৃহস্পতিবাৰে কিৰেন ৰিজিজুক সাক্ষাৎ কৰি বিষয়টো সম্পৰ্কত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছিল।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

September 19, 2025 11:59 am
ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

September 19, 2025 11:26 am
অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

September 19, 2025 10:46 am
স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ হেঁচা দিয়াটো মানসিক নিৰ্যাতন; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ হেঁচা দিয়াটো মানসিক নিৰ্যাতন; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

September 19, 2025 10:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

September 19, 2025 11:59 am
ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

September 19, 2025 11:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd